ETV Bharat / state

পূজাৰ বতৰতো লংকাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ - HOJAI

সমাগত দুৰ্গোৎসৱ ৷ মাজত মাথো ১৩ টা দিন বাকী দুৰ্গা পূজালৈ, কিন্তু দুৰ্গা পূজা বুলি হোজাই জিলাৰ লংকা বজাৰত নাই পূৰ্বৰ দৰে ৰাইজৰ সমাগম ।

hojai-puja-market
পূজাৰ বতৰতো লংকাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ
author img

By

Published : Oct 9, 2020, 9:07 PM IST

হোজাই, 9 অক্টোবৰ : সমাগত দূৰ্গোৎসৱ ৷ মাজত মাথো ১৩ টা দিন বাকী দুৰ্গা পূজালৈ, কিন্তু দুৰ্গা পূজা বুলি হোজাই জিলাৰ লংকা বজাৰত নাই পূৰ্বৰ দৰে ৰাইজৰ সমাগম । বজাৰ খনৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় ব্যৱসায় প্ৰতিষ্ঠানত নাই গ্ৰাহকৰ ভিৰ । যাৰ ফলত এতিয়া মূৰে কপালে হাত দিছে চহৰখনৰ ব্যৱসায়ী সকলে ।

hojai-puja-market
পূজাৰ বতৰতো লংকাৰ বজাৰত নাই গ্ৰাহকৰ ভিৰ

ক‘ভিড সম্পৰ্কীয় চৰকাৰী নীতি-নিৰ্দেশনা মানি গ্ৰাহকক বজাৰলৈ ওলাই আহিবলৈ আহ্বান জনাইছে ৰাইজে ।

লগতে পঢ়ক : বঙাইগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ দুই আৰক্ষী জোৱান আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.