ETV Bharat / state

লংকা আৰক্ষীৰ জালত দুই প্ৰবঞ্চক

author img

By

Published : Jul 9, 2020, 7:14 PM IST

আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই প্ৰৱঞ্চক দ্বয়ক আটক কৰে ৷ ইয়াৰোপৰি, ১ কি:গ্ৰা: ওজনৰ সোণৰ দুখন বিস্কুটসহ বেজালি কাৰ্যত ব্যবহৃত দুট কলহ আৰু এখন চুইফ্ট‌ ডিজেয়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা চুইফ্ট ডিজেয়াৰখনৰ নম্বৰ AS 02 M 1646 বুলি জানিবলৈ দিয়ে লংকা আৰক্ষীয়ে ৷

Hojai
হোজাই

হোজাই, 9 জুলাইঃ শেহতীয়া পৰিস্থিতিৰ সুবিধা লৈ বেজালি কৰিবলৈ আহি লংকা আৰক্ষীৰ হাতত আটক দুই প্ৰবঞ্চক ৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, পশ্চিম ডাৱলংৰ ৰফিক উদ্দিন নামৰ এজন লোকৰ ঘৰত বেজালি কৰিবলৈ আহিছিল দুই প্ৰৱঞ্চক ক্ৰমে হিফজুৰ ৰহমান,ইদ্ৰিছ আলী ৷ এই বিষয়ে তথ্য লাভ কৰি আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাই প্ৰবঞ্চক দ্বয়ক আটক কৰে ৷ ইয়াৰোপৰি, ১ কি:গ্ৰা: ওজনৰ দুখন সোণৰ বিস্কুটসহ বেজালি কাৰ্যত ব্যবহৃত দুট কলহ আৰু এখন চুইফ্ট‌ ডিজেয়াৰ বাহনো জব্দ কৰিছে আৰক্ষীয়ে ৷ জব্দ কৰা চুইফ্ট ডিজেয়াৰখনৰ নম্বৰ AS 02 M 1646 বুলি জানিবলৈ দিয়ে লংকা আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কোভিড 19 ৰ চিকিৎসাঃ কি সিদ্ধান্ত হৈছিল ব্যক্তিগত চিকিৎসালয় আৰু চৰকাৰৰ আলোচনাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.