ETV Bharat / state

প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত দুৰ্নীতি

ভুৱা নথি-পত্ৰৰে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ ৷ এনআৰচি,ভোটাৰ তালিকাত নাম নথকাকৈ আৱাস যোজনাৰ গৃহ লাভৰ অভিযোগ প্ৰতিবেশীৰ ৷

author img

By

Published : Sep 5, 2019, 9:19 PM IST

প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত দূৰ্নীতি

হোজাই, 5 চেপ্তেম্বৰঃ হোজাইৰ কাষৰীয়া খেৰণী অঞ্চলত প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীণ)ৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ ভূৱা নথি পত্ৰ দাখিল কৰি জালিয়াতিৰে চৰকাৰী অনুদানৰ আৱাস গৃহ পোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷ খেৰণি কছাৰীবস্তিৰ সুশী দেৱীৰ বিৰুদ্ধে এই অভিযোগ প্ৰতিবেশীৰ | এন আৰ চি, ৰেচন কাৰ্ড নথকা, ভোটাৰ তালিকা আদিত নাম নথকাকৈ আৰু ভুৱা নথি পত্ৰ জমা কৰি হিতাধিকাৰীয়ে প্ৰয়োজনীয় AS--1326629 ID নম্বৰ উলিয়াই সুশী দেৱীয়ে আৱাস যোজনাৰ গৃহ লাভ কৰাৰ অভিযোগ |

Intro:হোজাই কাষৰীয়া খেৰণীত প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামত দূৰ্ণীতি |Body:হোজাই কাষৰীয়া খেৰণীত প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্ৰামীণ নামত দূৰ্ণীতি | ভূৱা নথি পত্ৰ দাখিল কৰি জালিয়াতিৰে চৰকাৰী অনুদানৰ আৱাস গৃহ পোৱাৰ অভিযোগ |

বিজেপিয়ে শাসনত গাদী দখল কৰাৰ পিছৰ পৰা দেশ নাইৱা ৰাজ্যখনত বহু ক্ষেত্ৰত অমূল পৰিবৰ্তন আহিছে যদিও চৰকাৰৰ ফালৰ পৰা আৱৰ্তন নাইৱা অনুদান দিয়া কিছু আচনীত চৰকাৰী বিষয়া কৰ্মচাৰী তথা গাও পঞ্চায়ত কৰ্মীৰ ধনৰ লালসাত যেন আচনীসমূহ সত্ ব্যৱহাৰ নোহোৱা পৰিলাক্ষীত হৈছে | হোজাইৰ কাষৰীয়া জিলা পশ্চিম কাৰ্বি আংলংৰ খেৰণীত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অনুদানৰ গৃহৰ ক্ষেত্ৰত হিতাধিকাৰীয়ে যাৱতীয় নথি পত্ৰৰ পৰিবৰ্তে , ভুৱা নথি পত্ৰ জমা কৰি জালিয়াতিয়ে অনুদানৰ গৃহ লাভ কৰাৰ অভিযোগ উঠিছে | উল্লেখ যে, খেৰণি কছাৰীবস্তিৰ সুশী দেৱীৰ বিৰুদ্ধে এই অভিযোগ প্ৰতিবেশীৰ | এন আৰ চি, ৰেচন কাৰ্ড নথকা, ভোটাৰ তালিকা আদিত নাম নথকাকৈ আৰু ভুৱা নথি পত্ৰ জমা কৰি হিতাধিকাৰীয়ে প্ৰয়োজনীয় AS--1326629 ID নম্বৰ উলিয়াই সুশী দেৱীয়ে PMAY গৃহ লাভ কৰাৰ অভিযোগ প্ৰতিবেশীৰ |

BYTE: প্ৰতিবেশী

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.