ETV Bharat / state

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য - আয়ুষ্মান ভাৰত

স্বচ্ছ ভাৰত অভিযানক উন্নত কৰাৰ বাবে মানুহৰ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিব পৰা ঠেলাৰ যোগান হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ৷

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য
author img

By

Published : Sep 20, 2019, 7:19 PM IST

হোজাই, 20 চেপ্তেম্বৰঃ এইবাৰ ঠেলাৱালাৰ ৰূপত বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ ৷ ঠেলা চলাই মানুহৰ ঘৰে ঘৰে সংগ্ৰহ কৰিলে জাবৰ ৷ স্বচ্ছ ভাৰত অভিযানক উন্নত কৰাৰ বাবে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে গ্ৰহণ কৰিছে এই পদ্ধতি ৷ শুকুৰবাৰে জিলাখনৰ লংকাত মানুহৰ ঘৰৰ পৰা জাবৰ সংগ্ৰহ কৰিব পৰা ঠেলাৰ যোগান ধৰে বিধায়ক গৰাকীয়ে ৷ লংকা পৌৰ সভাৰ এলেকাত উক্ত ঠেলাৰ জৰিয়তে মানুহৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব অলাগতিয়াল জাবৰ ৷ শিলাদিত্যৰ লগতে লংকাৰ এক নম্বৰ ৱাৰ্ডৰ সদস্য প্ৰদীপ দেকো দেখা গ'ল অনুৰূপ ৰূপত ৷

এইবাৰ ঠেলাৱালাৰ ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য

ইয়াৰোপৰি লংকা পৌৰ সভাৰ কাৰ্যালয়ত E Governance আঁচনি আৰু পৌৰসভাৰ অন্তৰ্গত দহ নম্বৰ ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰো শুভাৰম্ভ কৰে শিলাদিত্য দেৱে ৷ লগতে পৌৰসভাৰ অন্তৰ্গত মহিলা গোট সমূহক আয়ুষ্মান ভাৰতৰ কাৰ্ড পঞ্জীয়ন কৰা সন্দৰ্ভত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে ৷

Intro:হোজাই জিলা লংকাত জাৱৰ সংগ্ৰহ কৰা চাফাইআলা ৰূপত দেখা গল বিতৰ্কীত হোজাই বিধায়ক শিলাদিত্য দেৱক |Body:হোজাই জিলা লংকাত জাৱৰ সংগ্ৰহ কৰা চাফাইআলা ৰূপত দেখা গল বিতৰ্কীত হোজাই বিধায়ক শিলাদিত্য দেৱক |

জাৱৰ সংগ্ৰহ কৰা এজন সাধাৰণ জাৱৰ আলাৰ ৰূপত দেখা গল হোজাইৰ বিধায়ক শিলাদিত্য দেৱক | শিলাদিত্য দেৱে নিজেই লংকাত জাৱৰ সংগ্ৰহ কৰা থেলা চলাই মুকলি কৰিলে স্বচ্ছ ভাৰত অভিযানক উন্নত কৰা আন এক পদ্ধতি | লংকা পৌৰ সভাৰ এলেকাত উক্ত থেলা গাডীয়ে মানুহৰ ঘৰৰ পৰা সংগ্ৰহ কৰিৱ অলাগতিয়াল জাৱৰ | ভাৰতৰ প্ৰধানমন্ত্ৰী সপোনক বাস্তৱ কৰাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান আচনীক আৰু একোপ আগবঢ়াই দিয়া হল লংকাৰ পৌৰ সভাৰ এলেকাৰ ৱাডসমূহত | লগতে বিধায়ক শিলাদিত্যৰ দৰে অনুৰূপ জাৱৰ সংগ্ৰহ কৰা ঠেলা গাডীত চলোৱা দেখা গল লংকাৰ এক নম্বৰ ৱাডৰ মেম্বাৰ প্ৰদীপ দেক | লগতে বিধায়ক শিলাদিত্যই শুক্ৰবাৰে লংকা পৌৰ সভাৰ কাৰ্য্যলয়ত E-GOVERNANCE আচনীৰ শুভাৰম্ভ কৰাৰ লগতে
লংকাপৌৰ সভাৰ অন্তৰ্গত মহিলাগোট সমূহক আয়ুচমান ভাৰত সন্দৰ্ভত সভাৰ জৰিয়তে আলোচনা আৰু আয়ুচমান ভাৰতৰ কাৰ্ড আৰু সেইবোৰ পঞ্জীয়ন কৰা সন্দৰ্ভত এক সভাত অংশগ্ৰহণ কৰে | লগতে বিধায়ক শিলাদিত্যই লংকা পৌৰ সভাৰ অন্তৰ্গত দহ নম্বৰ ৱাডত প্ৰধানমন্ত্ৰী আৱাস যোজনা আচনীৰো শুভাৰম্ভ কৰে |

BYTE: শিলাদিত্য দেৱ |Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.