ETV Bharat / state

উদালী কাণ্ডৰ অভিযুক্ত ফইজুৰ ৰহমানক আটক

author img

By

Published : Jun 12, 2021, 9:41 PM IST

ফুলতলি কাণ্ডৰ মূল অভিযুক্ত ফইজুৰ ৰহমানক আটক কৰা হয় । যমুনামুখৰ পৰা আটক কৰা হয় ফইজুৰ ৰহমানক ৷ পলাতক হৈ আছিল চিকিৎসক নিগ্ৰহ কাণ্ডৰ মূল অভিযুক্ত হিচাবে চিহ্নিত ফইজুৰ ৰহমান ৷ ধৃত ফইজুৰৰ ঘৰ লংকা বামুনগাঁৱত বুলি জানিব পৰা গৈছে ।

hojai fultoli
হোজাইৰ ফুলতলি কাণ্ডৰ মূল অভিযুক্ত ফইজুৰ ৰহমানক আটক

হোজাই, ১২ জুন : ৰাজ্য কপোৱা হোজাই জিলাৰ ফুলতলি কাণ্ডৰ মূল অভিযুক্ত ফইজুৰ ৰহমানক আটক ৷ যমুনামুখৰ পৰা আটক কৰা হয় ফইজুৰ ৰহমানক ৷ চিকিৎসক প্ৰহাৰ কাণ্ডৰ মূল অভিযুক্ত হিচাবে পলাতক আছিল ফইজুৰ ৰহমান ৷ ধৃত ফইজুৰৰ ঘৰ লংকা বামুনগাঁৱত বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে ফুলতলিৰ ক'ভিড কেয়াৰ চেণ্টাৰ লণ্ড ভণ্ড কৰাৰ লগতে চিকিৎসক প্ৰহাৰ কৰিছিল একাংশ লোকে আৰু এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । ঘটনাত জড়িত দোষীক উচিত শাস্তিৰ দাবীত বিভিন্ন স্থানত প্ৰতিবাদ কৰাও দেখা গৈছিল । ইতিমধ্যে ঘটনাৰ লগত জড়িত মুঠ ৩২ জনৰ ভিতৰত ৩০ জনক আটক কৰিছে আৰক্ষীয়ে ৷ দুজন এতিয়াও পলাতক বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Operation Drugs : মৈৰাবাৰীত মহিলাসহ আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.