ETV Bharat / state

হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত দুটাকৈ বাসগৃহ

author img

By

Published : Jan 22, 2020, 8:47 PM IST

হোজাইত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত জ্যোতিলাল দাস নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ ভষ্মীভূত হৈ যায় ৷ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই ৷

HOJAI FIRE INCIDENT
হোজাইত ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত দুটাকৈ বাসগৃহ

হোজাই,22জানুৱাৰী : হোজাইৰ মইনাপুৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত জ্যোতিলাল দাস নামৰ এজন লোকৰ দুটাকৈ বাসগৃহ ভষ্মীভূত হৈ যোৱাৰ লগতে বহু লক্ষাধিক টকাৰ সামগ্ৰীও ক্ষতিগ্ৰস্ত হয় ৷ বিদ্যুতৰ বিসংগতিৰ ফলত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকে অগ্নিনিবাপক বাহিনীক খবৰ দিয়ে আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনে নিয়ন্ত্ৰণ কৰে জুই ৷

অন্য এক খবৰৰ বাবে :দিল্লীৰ হৈ ৪ টাকৈ পদক আঁজুৰিলে অসমৰ বিক্ৰমে

ইফালে, এই অগ্নিকাণ্ডৰ ঘটনাটোত আহত হয় জ্যোতি লাল দাসৰ পুত্ৰ নিমাই দাস ৷ স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি জুই নুমোৱাবলৈ গৈ আহত হয় যুৱকজন ৷

Intro:হোজাইৰ মইনা পুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
Body:হোজাইৰ মইনা পুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জ্যোতিলাল দাসৰ দুটা আবাসগৃহ জুইত সম্পূৰ্ণ ভাবে ভস্মীভূত।

বিদ্যুৎ বিসংগতিৰ ফলত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনাটো।

কেইবালক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত।

অগ্নিনিবাপক বাহিনীৰ দুখন গাড়ীয়ে নিয়ন্ত্ৰণ কৰে জুই ।

জুই নুমোৱাবলৈ গৈ আহত জ্যোতি লাল দাসৰ পুত্ৰ নিমাই দাস।

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.