ETV Bharat / state

ব্যৱসায়ীক বন্দুকৰ গুলীসহ ধন দাবী পত্ৰ প্ৰেৰণ অখ্যাত সংগঠনৰ

হোজাইৰ হিলাল উদ্দীন বৰভূঞা নামৰ ব্যৱসায়ীজনক এটি অখ্যাত সংগঠনৰ বন্দুকৰ গুলীসহ ছয় লাখ টকা ধন দাবী পত্ৰ প্ৰেৰণ

ব্যৱসায়ীক বন্দুকৰ গুলীসহ ধন দাবী পত্ৰ প্ৰেৰণ অখ্যাত সংগঠনৰ
author img

By

Published : Jun 12, 2019, 12:05 AM IST

হোজাই,১১জুনঃ হোজাই জিলাৰ ডবকা পথাৰ গাঁৱৰ হিলাল উদ্দীন বৰভূঞা নামৰ ব্যৱসায়ী জনক এটি অখ্যাত সংগঠনৰ বন্দুকৰ গুলীসহ ছয় লাখ টকা ধন দাবী পত্ৰ প্ৰেৰণ । জানিব পৰা মতে, হিলাল উদ্দীন বৰভূঁঞা ঘৰত কোনোবাই দুৱাৰৰ ফাঁকেৰে এখন চিঠি পেলাই থৈ যায় । পাছত হিলালৰ পত্নীয়ে খামটোত উদ্ধাৰ কৰে দহ টকীয়া এখন দলিলত লিখা চিঠি আৰু দুটা থ্ৰী নট থ্ৰী ৰাইফলৰ গুলীৰ সৈতে এখন ধনদাবী পত্ৰ । ধন নিদিলে অপহৰণ, হত্যাৰ ভাবুকি অখ্যাত সংগঠনটোৰ । ইয়াকে লৈ এতিয়া অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ব্যৱসায়ীক বন্দুকৰ গুলীসহ ধন দাবী পত্ৰ প্ৰেৰণেৰে ভাবুকি অখ্যাত সংগঠনৰ

ডবকা থানাত ভীতিগ্ৰস্থ ব্যৱসায়ীজনে এজাহাৰ দাখিল কৰিছে । ডবকা আৰক্ষীয়ে এই পৰ্যন্ত তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:এটি অখ্যাত সংগঠনৰ বন্দুক ৰ গুলীসহ ছয় লাখ টকা ধন দাবী পত্ৰ প্ৰেৰণ।Body:হোজাই জিলাৰ ডবকা পথাৰ গাঁৱৰ হিলাল উদ্দিন বৰভূঞা নামৰ ব্যৱসায়ী জনক এটি অখ্যাত সংগঠনৰ বন্দুক ৰ গুলীসহ ছয় লাখ টকা ধন দাবী পত্ৰ প্ৰেৰণ।

জানিব পৰা মতে হিলালউদ্দীন বৰভূঞা ঘৰত কোনোবাই দুৱাৰৰ ফাঁকেৰে এখন চিঠি পেলাই থৈ যায় ।পাছত হিলালৰ পত্নীয়ে খাম টো খোলাত তাত দহ টকীয়া এখন দলিলত লিখা চিঠি আৰু দুটা থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী সৈতে ধনদাবী পত্ৰ আছিল ৷ এই ধনদাবী কৰাৰ ঘটনা ঘটিছিল 31 মেৰ নিশা যদিও আজি পোহৰলৈ আহিছে এই ঘটনাৰ। ধন নিদিলে অপহৰণ, হত্যাৰ ভাবুকি অখ্যাত সংগঠনৰ। এই লৈ অঞ্চলটোত প্ৰতিক্ৰিয়া ৰ সৃষ্টি হৈছে। ডবকা থানাত ভীতিগ্ৰস্থ ব্যৱসায়ী জনে এজাহাৰ দাখিল কৰিছে । ডবকা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.