ETV Bharat / state

কৰ’ণাক প্ৰতিহত কৰিবলৈ সষ্টম হোজাই জিলা প্ৰশাসন

মহামাৰী কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কঠোৰ হৈছে হোজাই জিলা প্ৰশাসন ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি-নিয়ম ৷ এই লৈ সষ্টম হৈ পৰিছে হোজাই জিলা প্ৰশাসন ৷

কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সষ্টম হোজাই জিলা প্ৰশাসন

author img

By

Published : May 13, 2021, 11:57 AM IST

হোজাই,13 মে’: কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌত ত্ৰস্তমান এতিয়া সমগ্ৰ বিশ্ব ৷ মহামাৰী কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কঠোৰ হৈছে হোজাই জিলা প্ৰশাসন ৷ বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব অধিক কঠোৰ নীতি-নিয়ম ৷ এই লৈ এতিয়া সষ্টম হৈ পৰিছে হোজাই জিলা প্ৰশাসন ৷

কৰ’ণা ভাইৰাছক প্ৰতিহত কৰিবলৈ সষ্টম হোজাই জিলা প্ৰশাসন

ৰাজ্যৰ ভয়াৱহ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে ৰাজ্য চৰকাৰে পূৰ্বতকৈ অধিক কঠোৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰে ৷ ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বুধবাৰে এখন সংবাদমেল যোগে এই কথা ঘোষণা কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা 5 বজাৰ পৰা এই নতুন নীতি-নিৰ্দেশনা কাৰ্যকৰী হৈছে । সেই অনুসৰি, বুধবাৰে নিশা মাইকযোগে হোজাই জিলা প্ৰশাসনে হোজাইবাসীক নতুন নীতি-নিৰ্দেশনা মানি দিনৰ 1 বজাৰ পৰা দোকান-পোহাৰ, সাপ্তাহিক হাট-বজাৰ আদি 15 দিনৰ বাবে বন্ধ ৰখাৰ আহ্বান জনোৱাৰ লগতে দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন মানি চলাৰ আহ্বান জনায় ৷ অট’ৰিক্সা, টেক্সিত চালকসহ মাত্ৰ দুজনহে যাত্ৰীৰ উঠাৰ লগতে মহিলা আৰু শিশুৰ বাদে দুচকীয়া বাহনত দুজন লোক নুঠিবলৈও প্ৰশাসনৰ ফালৰ পৰা ৰাইজক আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক: কঠোৰ হাতেৰে ক'ভিড-19 ৰ পৰিস্থিতি চম্ভালিব অসম আৰক্ষীয়ে: ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.