ETV Bharat / state

হোজাইত আটক ৭জন সন্দেহজনক কাশ্মিৰী যুৱকক - লংকাত আটক ৭ জন কাশ্মিৰী যুৱক

হোজাই জিলাৰ লংকাত ৰাইজে সন্দেহবসতঃ আটক কৰে 7 জন কাশ্মিৰী যুৱকক

Hojai 7 suspected Kashmiri people arrested
হোজাইত আটক ৭জন সন্দেহজনক কাশ্মিৰী যুৱকক
author img

By

Published : Nov 26, 2019, 3:59 PM IST

হোজাই,26 নৱেম্বৰ: হোজাই জিলা লংকাত মৌচুমী হোটেলৰ কাষত সন্দেহ বসত আটক ৭ জন কাশ্মিৰী যুৱক । লংকাৰ স্থানীয় লোকে আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক । যুবক কেইজন কাশ্মিৰৰ অনান্তনাগ জিলাৰ বুলি জানিব পৰা গৈছে । যুবক কেইজন ক্ৰমে ইমতিয়াজ আহমেদ খান, ফাৰুক আহমেদ কাচানা, সাইনাছ আহমেদ কাচানা, সকেদ আহমেদ কাচানা, ৰেআজ আহমেদ কাচানা আৰু ইয়াজ আমেইদ খাটানা ৷ যুবক কেইজন লংকাৰ ফাতিমা হোটেলত ১০৫, ১০৪ ৰুম বোকিং কৰি আছিল । হোটেল মালিকে লোককেজনক ৰেজিষ্টাৰ বহীত পঞ্জীয়ন নকৰাকৈ ৰুম দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । বৰ্তমান লংকা আৰক্ষীয়ে সন্দেহজনক কাশ্মীৰৰ যুৱককেইজনক আৰক্ষী চকীলৈ আনি অব্যাহত ৰাখিছে তদন্ত ।

হোজাইত আটক ৭জন সন্দেহজনক কাশ্মিৰী যুৱকক

লগতে পঢ়ক:৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ বিষয়ে জানো আহক

Intro:হোজাই জিলা লংকাত মৌচুমী হোটেলৰ কাষত সন্দেহ বসত আটক ৭জন কাশ্মিৰী যুৱক ।Body:হোজাই জিলা লংকাত মৌচুমী হোটেলৰ কাষত সন্দেহ বসত আটক ৭জন কাশ্মিৰী যুৱক ।

লংকাৰ স্থানিয় লোকে আটক কৰি গতাই দিয়ে লংকা আৰক্ষীক।

যুবক কেইজন কাশ্মিৰৰ অনান্তনাগ জিলাৰবুলি জানিব পৰা গৈছে।

যুবক কেইজন ক্ৰমে ইমতিয়াজ আহমেদ খান, ফাৰুক আহমেদ কাচানা, সাইনাছ আহমেদ কাচানা, সকেদ আহমেদ কাচানা, ৰেআজ আহমেদ কাচানা, ইয়াজ আমেইদ খাটানা,

যুবক কেইজন লংকাৰ ফাতিমা হোটেলত ১০৫, ১০৪ ৰুম বোকিং কৰিছিল ।

হোটেল মালিকে লোককেজনক ৰেজিষ্টাৰ বহীত পঞ্জীয়ন নকৰাকৈ ৰুম দিয়াৰ অভিযোগ ।

লংকা আৰক্ষীয়ে লোককেইজন আৰক্ষী চকীলৈ আনি তদন্ত অব্যাহত ৰাখিছে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.