- হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ
- হত্যাকাৰী বেদীলাল চৌহানক 15 হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাবাসৰ ৰায় শংকৰদেৱ আদালতৰ
- বিগত বৰ্ষৰ 30 এপ্ৰিলত নিজৰ ছবৰীয়া ভতিজাকক হত্যা কৰিছিল লোকজনে
- কোৰেৰে ঘপিয়াই হত্যা কৰিছিল বেদীলালে
- ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড
- 296/18 নম্বৰত হোজাই থানাত ৰুজু হৈছিল গোচৰ
- আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শায় অধিবক্তা অমৰজ্যোতি শইকীয়াই
হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড - আদালত
বিগত বৰ্ষৰ 30 এপ্ৰিলত নিজৰ ছবৰীয়া ভতিজাকক হত্যা কৰিছিল লোকজনে ৷ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷
হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
- হোজাইত হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ আদালতৰ
- হত্যাকাৰী বেদীলাল চৌহানক 15 হাজাৰ টকা জৰিমনাসহ যাৱজ্জীৱন কাৰাবাসৰ ৰায় শংকৰদেৱ আদালতৰ
- বিগত বৰ্ষৰ 30 এপ্ৰিলত নিজৰ ছবৰীয়া ভতিজাকক হত্যা কৰিছিল লোকজনে
- কোৰেৰে ঘপিয়াই হত্যা কৰিছিল বেদীলালে
- ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছিল এই হত্যাকাণ্ড
- 296/18 নম্বৰত হোজাই থানাত ৰুজু হৈছিল গোচৰ
- আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শায় অধিবক্তা অমৰজ্যোতি শইকীয়াই
Intro:হোজাই শংকৰদেৱ আদালতৰ ৰায়।Body:হোজাই শংকৰদেৱ আদালতৰ ৰায়।
হত্যাকাৰী বেদীলাল চৌহানক ১৫ হাজাৰ টকাৰ জৰিমনা সহ যাৱৎজ্জীৱন কাৰাদণ্ড।
২০১৮ চনৰ ৩০ এপ্ৰিল তাৰিখে নিজৰে ছবছৰীয়া ভতিজাকক কোৰেৰে ঘপিয়াই হত্যা কৰিছিল বেদীলাল চৌহানে।
বেদীলাল চৌহানৰ ঘৰ হোজাইৰ দাৰিয়াবস্থিত।
শিশুটিৰ পিতৃৰ লগত থকা ভূমিকেন্দ্ৰিক সংঘাতৰ আক্ৰোশত সংঘটিত কৰিছিল এই হত্যাকাণ্ড।
ঘটনা সংক্ৰান্তত হোজাই থানাত ৰুজু হৈছিল ২৯৬/১৮ নং গোচৰ।
গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam