ETV Bharat / state

হোজাই জিলাৰ লংকাত বাল্যবিবাহৰ ঘটনা

চাইল্ড লাইনে উদালী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে এগৰাকী 16বছৰীয়া কিশোৰীগৰাকী ৷

হোজাই জিলা লংকাত বাল্যবিৱাহৰ ঘটনা
author img

By

Published : Jun 22, 2019, 9:10 PM IST

Updated : Jun 22, 2019, 10:50 PM IST

হোজাই, 22 জুন: হোজাই জিলা লংকাত বাল্যবিবাহৰ ঘটনা ৷ বিশেষ সূত্ৰৰ পম খেদি লংকাৰ পিপলপুখুৰীৰ পৰা চাইল্ড লাইনে উদালী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে এগৰাকী 16বছৰীয়া কিশোৰী ৷ পৰিয়ালৰ লোকে গোপনে বাল্যবিবাহৰ প্ৰস্তুতি চলাইছিল কিশোৰী গৰাকীৰ ৷ পৰৱৰ্তী সময়ত লংকা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাই নগাওঁৰ ষ্টেট হোমলৈ প্ৰেৰণ কৰে ৷

হোজাই জিলা লংকাত বাল্যবিৱাহৰ ঘটনা

লগতে পঢ়ক: ভাইটিদালৈ যুৱ ছাত্ৰ প্ৰেৰণা বঁটা আৰু সমাজ বন্ধু বঁটা

এই সম্পৰ্কে আৰক্ষীয়ে বৰ্তমানলৈকে কোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰা নাই।

Intro:হোজাই জিলা লংকাত বাল্যবিৱাহৰ ঘটনা | Body:হোজাই জিলা লংকাত বাল্যবিৱাহৰ ঘটনা |

বিশেষ সূত্ৰৰ পম খেদি লংকাৰ পিপলপুখুৰীৰ পৰা চাইল্ড লাইনে উদালী আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে এগৰাকী ১৪বছৰীয়া কিশোৰী |

উদ্ধাৰ কৰা কিশোৰী গৰাকীৰ নাম কাজল দাস |

পৰিয়ালৰ লোকে গোপনে বাল্য বিবাহ দিৱলৈ ওলাইছিল কিশোৰী গৰাকীক |

পিচত লংকা চাইল্ড লাইনে কিশোৰী গৰাকীক উদ্ধাৰ কৰি লংকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাই নগাওঁৰ ষ্টেট হোমলৈ প্ৰেৰণ কৰে |

এই সম্পৰ্কে আৰক্ষীয়ে কাকো গ্ৰেপ্তাৰ কৰা নাই।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
Last Updated : Jun 22, 2019, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.