ETV Bharat / state

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু আৰোগ্য কামনাৰে লামডিঙত কংগ্ৰেছৰ মহাযজ্ঞ

author img

By

Published : Sep 27, 2020, 6:22 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামানা কৰি লামডিঙত কংগ্ৰেছৰ মহাযজ্ঞৰ আয়োজন ৷ সকলোৱে আশু আৰোগ্য কামনা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ৷

Former Chief Minister Tarun Gogoi Admitted Hospital
প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আশু আৰোগ্য কামনাৰে লামডিঙত কংগ্ৰেছৰ মহাযজ্ঞ

হোজাই, 27 ছেপ্তেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰি লামডিঙত মহাযজ্ঞৰ আয়োজন কৰে লামডিং ব্ল'ক কংগ্ৰেছ আৰু কংগ্ৰেছ সেৱা দল young ব্ৰিগেডে ৷ ব্ল'ক কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজন কৰা হয় এই মহাযজ্ঞৰ । সকলোৱে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ উদ্দ্যেশ্য এই মহাযজ্ঞৰ আয়োজন কৰিছে ৷

উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিকিৎসা কিছু পৰিমানে উন্নত হৈ ঘৰলৈ উভতি আহিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক পুনৰ উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হয় ৷

আশু আৰোগ্য কামনাৰে আয়োজন কৰা এই মহাযজ্ঞত উপস্থিত থাকে লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৰ, হোজাই জিলাৰ কংগ্ৰেছ সেৱা দলৰ সভাপতি উৎপল দাসকে আদি কংগ্ৰেছৰ সকলো কৰ্মী ৷

লগতে পঢ়ক : জনা-নজনা: মূৰ কটা গ'লেও প্ৰাণ নোযোৱা জীৱবিধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.