ETV Bharat / state

এজন যুৱকক কেন্দ্ৰ কৰি কাকীত কৰ'ণা আতংক

author img

By

Published : May 12, 2020, 5:46 PM IST

কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে অ'ৰেঞ্জ জ'ন বঙাইগাঁৱৰ পৰা কাকীত উপস্থিত হোৱা যুৱকক কেন্দ্ৰ কৰি সৃষ্টি আতংকৰ ।

corona fear among local peoples of kaki
corona fear among local peoples of kaki

হোজাই, 12 মে': অ'ৰেঞ্জ জ'ন বঙাইগাঁৱৰ পৰা কোনো স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈয়ো হোজাই জিলা কাকীৰ, নিজ বাসগৃহত এজন যুৱক উপস্থিত হোৱাক লৈ অঞ্চলজুৰি আতংকৰ সৃষ্টি হৈছে । কাকীৰ গান্ধীপুৰৰ প্ৰাঞ্জল বৰা নামৰ যুৱক জন বিগত বহু মাহে বঙাইগাঁৱত ৰে'লৱেৰ ঠিকা কামত নিয়োজিত আছিল ।

এজন যুৱকক কেন্দ্ৰ কৰি কাকীত কৰ'ণা আতংক

লক্ ডাউনৰ বাবে ঘৰলৈ আহিব নোৱাৰা প্ৰাঞ্জল তাতেই জ্বৰ আৰু পেটৰ ৰোগত আক্ৰান্ত হৈছিল । তাত যুৱক জনক কোনো ধৰণৰ চিকিৎসা বা COVID-19ৰ পৰীক্ষা নকৰোৱাকৈয়ে, সোমবাৰে সন্ধিয়া ঘৰত থৈ যায় । কোনো পৰীক্ষা নকৰাকৈয়ে যুৱক জনক ঘৰত এনেদৰে থৈ যোৱাত আতংকিত হৈ পৰিছে স্থানীয় লোক ।

লগতে পঢ়কঃ লক্ ডাউন নামানে একাংশ বিজেপি কৰ্মকৰ্তাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.