ETV Bharat / state

হোজাই শংকৰদেৱ নগৰত CAA বিৰোধী সমাবেশ

author img

By

Published : Jan 19, 2020, 11:39 PM IST

বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ CAA বিৰোধী প্ৰতিবাদ

15:13 January 19

বৰপথাৰ, 19 জানুৱাৰীঃ  নাগৰিকত্ব সংশোধনী আইন(CAA) বাতিলৰ লগতে সংবাদ মাধ্যম, সাংবাদিকৰ ওপৰত দমননীতি পৰিহাৰ কৰাৰ দাবীত শনিবাৰে বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই  দুঘন্টীয়া 'অৱস্হান ধৰ্মঘট' কাৰ্যসূচী ৰূপায়ন কৰে ৷ দিনৰ ১২ বজাৰ পৰা বৰপথাৰ নগৰৰ মাজমজিয়াত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ লগতে সাংবাদিক আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহন কৰি বিজেপি চৰকাৰ বিৰোধী শ্লগান দি পৰিবেশ উত্তল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে যে  তেওঁলোকে কাৰণতে 'CAA' মানি নলয় লগতে বাতিলকো দাবী জনায় ৷ তদুপৰি সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে বৰ্তমান চতুৰ্থস্তম্ভ সংবাদ মাধ্যম আৰু সাংবাদিকৰ ওপৰত যি দমননীতি কৰা দেখা গৈছে তাক গৰিহনা দি শীঘ্ৰে এই কাৰ্য বন্ধ কৰিবৰ বাবে দাবী জনাই ৷
 
13:54 January 19

সমাবেশত উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অজিত ভূঞাৰ লগতে বহু বিশিষ্ট ব্যক্তি

হোজাই শংকৰদেৱ নগৰত CAA বিৰোধী সমাবেশ

হোজাই, 19 জানুৱাৰীঃ  সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ শনিবাৰে যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত হোজাই জিলাৰ শংকৰদেৱ নগৰত CAA বিৰোধী সমাবেশ অনুষ্ঠিত কৰা হয় ৷ এই CAA বিৰোধী প্ৰতিবাদক হোজাইৰ হুংকাৰ নাম হিচাবে নামাকৰণ কৰা হৈছে ৷ জানিব পৰা মতে, উক্ত সমাবেশত উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অজিত ভূঞা আৰু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহাৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি ৷ 
 
Intro:হোজাই শংকৰদেৱ নগৰত কা বিৰোধী সমাবেশ।
Body:হোজাই শংকৰদেৱ নগৰত কা বিৰোধী সমাবেশ

কা বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত হোজাইৰ হুংকাৰ নাম লৈ এই সমাবেশ

এই সমাবেশত উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অজিত ভূঞা আৰু শৃংখল চলিহাৰ দৰে বিশিষ্ট ব্যক্তিসকল

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.