ETV Bharat / state

বিজেপিৰ হোজাই জিলা সভাপতি অৰ্জুন মজুমদাৰৰ পদত্যাগ

author img

By

Published : Mar 8, 2020, 10:43 PM IST

হোজাই জিলাৰ বিজেপি দলৰ সভাপতি অৰ্জুন মজুমদাৰৰ বিজেপি দলৰ পৰা পদত্যাগ ৷

ETV BHARAT
বিজেপিৰ হোজাই জিলা সভাপতি অৰ্জুন মজুমদাৰৰ পদত্যাগ

হোজাই, 8 মাৰ্চঃ বিজেপিৰ হোজাই জিলা সভাপতি অৰ্জুন মজুমদাৰৰ পদত্যাগ । যোৱা চাৰিদিন পূৰ্বে পদত্যাগ কৰে হোজাই জিলা সভাপতি অৰ্জুন মজুমদাৰে ।

হোজাই জিলাৰ বিজেপি দলৰ সভাপতি অৰ্জুন মজুমদাৰে দলটোৰ পৰা অব্যাহতি লয় ৷ তেওঁৰ ব্যক্তিগত অসুবিধাৰ কাৰণত পদত্যাগ কৰাৰ কথা সদৰি কৰে সাংবাদিকৰ আগত । আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ সাধাৰণ সদস্য হিচাপে সেৱা আগবঢ়াই যোৱাৰ কথা সাংবাদিকৰ আগত সদৰি কৰে ৷

লগতে পঢ়ক- যুৱ সাংবাদিকৰ উদ্যোগত গুৱাহাটীৰ বৃদ্ধাৱাসত 'আন্তৰ্জাতিক নাৰী দিৱস' পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.