ETV Bharat / state

সীমিত সংখ্যক ভক্তৰে হোজাইত বিজয়া দশমী পালন

author img

By

Published : Oct 26, 2020, 8:35 PM IST

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে হোজাইত বিজয়া দশমী পালন ৷ সীমিত সংখ্যক ভক্তৰ উপস্থিতিত হোজাইত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন ৷ হোজাইৰ বিজয়া ঘাট, লংকা, লামডিং নদীৰ পাৰত দেৱীক বিসৰ্জন ৷

সীমিত সংখ্যক ভক্তৰে হোজাইত বিজয়া দশমী পালন
সীমিত সংখ্যক ভক্তৰে হোজাইত বিজয়া দশমী পালন

হোজাই, 26 অক্টোবৰ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হোজাইত পালন কৰা হ'ল বিজয়া দশমী ৷ প্ৰশাসনৰ নিৰ্দেশ মৰ্মে ক'ভিড প্ৰট'কল মানি চলি আজি হোজাইত দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় ৷ সীমিত সংখ্যাক ভক্তৰ উপস্থিতিৰে হোজাইৰ বিজয়া ঘাট, লংকা , লামডিং নদীৰ পাৰ আদি স্থানীয় মূৰ্তি বিসৰ্জন থলীত সোমবাৰে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হয় ৷ দেৱী বিসৰ্জনৰ লগতে মা দুৰ্গাক বিদায় দি হোজাইৰ একাংশ মহিলাই সেন্দুৰ খেলেৰে আনন্দ উল্লাস কৰে ৷
লগতে পঢ়ক: গোৰ্খাসকলৰ দঁচৈ উৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.