ETV Bharat / state

হোজাইত বনৰীয়া হাতীৰ উপদ্ৰৱ, ঘৰ-দুৱাৰ লণ্ড-ভণ্ড - Hojai

বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এইদৰে জনাঞ্চললৈ ওলাই আহি অঞ্চলটোত এইদৰে প্ৰায়েই উপদ্ৰৱ চলাই অনিষ্ট সাধন কৰি আহিছে যদিও বন বিভাগে এতিয়ালৈ বনৰীয়া হাতীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ।

হোজাইত বনৰীয়া হাতীৰ উপদ্ৰৱ, ঘৰ-দুৱাৰ লণ্ড
author img

By

Published : Jun 14, 2019, 7:14 PM IST

হোজাই, ১৪ জুনঃ হোজাইৰ গোঁসাই গাঁৱত হাতী-মানুহৰ সংঘাত অব্যাহত । পুৱতি নিশা বনৰীয়া হাতীয়ে লণ্ড-ভণ্ড কৰিলে কেইবাটাও ঘৰ ৷

হোজাইত বনৰীয়া হাতীৰ উপদ্ৰৱ, ঘৰ-দুৱাৰ লণ্ড-ভণ্ড

কাষৰীয়া লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে পুৱতি নিশা মহেশ বৰা,কেশৱ সিং আৰু বীণা বৰাৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে । অঞ্চলটোত প্ৰায়েই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অনিষ্ট সাধন কৰি আহিছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন । অতি শীঘ্ৰে বনবিভাগ তথা প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় স্থানীয় লোক তথা দল-সংগঠনে ।

লগতে আন এটা বাতৰি- এতিয়া যে পথাৰত জাক জাক হাড়গিলা

Intro:হোজাই জিলা লংকাত হাতী-মানুহৰ সংঘাত অব্যাহতBody:হোজাই জিলা লংকাত হাতী-মানুহৰ সংঘাত অব্যাহত।পুৱতিনিশা লংকাৰ গোঁসাইগাঁওত দুই হাতীয়ে চলালে উপদ্ৰৱ।

খাদ্যৰ সন্ধানত ওলাই অহা দুটা বনৰীয়া হাতীয়ে লংকাৰ গোঁসাই গাঁওত আজি পুৱতিনিশা উপদ্ৰৱ চলাই তিনিটা বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে বাৰীৰ গছ-গছনিৰো অনিষ্ট সাধন কৰে।গাঁওখনৰ মহেশ বৰা,কেশৱ সিং আৰু বীণা বৰাৰ বাসগৃহৰ ক্ষতিসাধন কৰাৰ লগতে লোকেইজনৰ বাৰীৰ বিভিন্ন গছ-গছনি ভাঙি তহিলং কৰে। কাষৰীয়া লামডিং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এইদৰে জনাঞ্চললৈ ওলাই আহি অঞ্চলটোত এইদৰে প্ৰায়েই বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলাই অনিষ্ট সাধন কৰি আহিচে।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.