ETV Bharat / state

হোজাইত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহঃ ধৰ্ষণৰ সন্দেহ !

author img

By

Published : Jan 17, 2020, 12:30 PM IST

হোজাইৰ ভূঞাপট্টি অঞ্চলত ৰে’ল পথৰ দাঁতিত উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

হোজাইত চাঞ্চল্যকৰ ঘটনা
হোজাইত চাঞ্চল্যকৰ ঘটনা

হোজাই, 17 জানুৱাৰীঃ শুক্ৰবাৰে পুৱাই হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । হোজাইৰ ভূঞাপট্টি অঞ্চলৰ ৰে’লপথৰ দাঁতিত উদ্ধাৰ এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ । পৰিত্যক্ত যুৱতীগৰাকীৰ মুখৰ পৰা ফেন নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ অৱশ্যে শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই যুৱতীগৰাকীৰ ।

হোজাইত চাঞ্চল্যকৰ ঘটনা

ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীত হোজাই আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই । বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

Intro:হোজাইৰ ৰেলপথৰ দাঁতিত যুৱতীৰ মৃতদেহ উদ্ধাৰ।
Body:হোজাইৰ ৰেলপথৰ দাঁতিত যুৱতীৰ মৃতদেহ উদ্ধাৰ।

দূৰ্বৃত্ব‌ই ৰেপ কৰি বিহ পান কৰাই এনেদৰে ৰেল পথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় লোকৰ ।

শুক্ৰবাৰে পুৱাই হোজাইত চাঞ্চল্যকৰ ঘটনা । হোজাইৰ ভূঞাপট্টি অঞ্চলৰ ৰেলপথৰ দাঁতিত উদ্ধাৰ যুৱতীৰ মৃতদেহ । পৰিত্যক্ত যুৱতী গৰাকীৰ মুখৰ পৰা নিৰ্গত হৈ আছে ফেন। দেহাত নাই কোনো আঘাতৰ চিন। ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ ৰাইজৰ।ঘটনাস্হলীত হোজাই আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও মৃত যুৱতী গৰাকীৰ বৰ্তমানলৈকে কোনো পৰিচয় পোৱা হোৱা নাই । বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ।

BYTE: স্হানীয় যুৱক

Conclusion:হোজাই পৰা মানস প্ৰতীম তামুলী ফুকন ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.