ETV Bharat / state

হোজাইত ৭৮ বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ

author img

By

Published : Sep 13, 2022, 7:02 PM IST

হোজাইত বস্তাই বস্তাই বাৰ্মীজ চুপাৰী উদ্ধাৰ ( Burmese chupari recovered) ৷ আৰক্ষীয়ে নাকা তালাচীত এখন মিনি ট্ৰাকত78 বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (78 bags of suspected Burmese chupari recovered)৷

78 bags of suspected Burmese chupari recovered in Hojai
হোজাইত ৭৮ বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ

হোজাই, 13 ছেপ্টেম্বৰ: হোজাইত বস্তাই বস্তাই বাৰ্মীজ চুপাৰী উদ্ধাৰ ( Burmese chupari recovered) ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত সোমবাৰে নিশা লামডিঙৰ নগাঁও পথাৰত আৰক্ষীৰ দলটোৱে এক অভিযান চলায় ৷

আৰক্ষীয়ে এই নাকা তালাচীত এখন মিনি ট্ৰাকত78 বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় (78 bags of suspected Burmese chupari recovered)৷ এই চুপাৰী খিনি ধানৰ মাজত সুমুৱাই শিলচৰ পৰা মৌৰাজাৰলৈ লৈ যোৱা অৱস্থাত জব্দ কৰে হোজাই আৰক্ষীয়ে (Burmese chupari recovered in Hojai)৷ AS. 02 CC.9029 নম্বৰৰ মিনি ট্ৰাকত লৈ যোৱা হৈছিল চুপাৰীৰ বস্তাকেইটা ৷

হোজাইত ৭৮ বস্তা বাৰ্মিজ চুপাৰী উদ্ধাৰ

লগতে আৰক্ষীয়ে এই অভিযানত চুপাৰী সৰবৰাহ কৰা চাৰি সৰবৰাহকাৰীক আটক কৰে (4 smugglers arrested) ৷ চাৰি সৰবৰাহকাৰী ক্ৰমে নৰুল হক, আব্দুল চালাম, নৰুল হক আৰু নজৰুল ইছলামক৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চুপাৰীখিনিৰ বজাৰ মূল্য আনুমানিক 17 লাখৰ পৰা 20 লাখ টকা হ’ব ৷

হোজাই আৰক্ষীয়ে বৰ্তমান চুপাৰীৰ বস্তাৰ লগতে গাড়ীখন উদালি আৰক্ষী চকীত ৰাখিছে ৷ অধিক তথ্যৰ বাবে চাৰি অভিযুক্তক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: গাঞ্জাসহ বৰপেটাত গ্ৰেপ্তাৰ মহিলাসহ তিনি গাঞ্জা ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.