ETV Bharat / state

হাইলাকান্দিত ছাত্ৰ মুক্তিৰ বিক্ষোভ - ETV BHARAT

সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি চহৰত প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰে । অঞ্চলটোৰ বিভিন্ন সমস্যাক লৈ সমিতিৰ সদস্য সকলে ঘেৰাও কৰে জিলা উপায়ুক্ত কাৰ্যালয় ।

PROTEST AT HAILAKANDI
author img

By

Published : Mar 18, 2019, 9:23 PM IST

হাইলাকান্দি, ১৮ মাৰ্চ: সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হৈ পৰে হাইলাকান্দি চহৰ । এই প্ৰতিবাদৰ মুখ্য বিষয় সমূহ আছিল চাহ বাগিচা অঞ্চলত মদ আৰু জুৱা বন্ধ কৰা, ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নিয়োগ কৰা, বিজ্ঞান শিক্ষক সকলক এন আৰ চিৰ দায়িত্বৰ পৰ‍া অব্যাহতি দিয়াকে ধৰি কেইবাটোও দাবী । স্থানীয় ৰতনপুৰ ৰোডৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই চহৰৰ মাজমজিয়াই দি গৈ অৱশেষত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি সামৰণী মাৰে প্ৰতিবাদৰ ।

PROTEST AT HAILAKANDI

এই প্ৰতিবাদৰ ফলত চহৰখনৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে । অবশেষত সদৰ চক্ৰ বিষয়া ত্ৰিদীৱ ৰায় প্ৰতিবাদস্থলীত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰাৰ পিছত প্ৰতিবাদ সমাপ্ত ঘোষণা কৰা হয় ।

STUDENTS LIBERATION'S PROTEST

হাইলাকান্দিত ছাত্ৰ মুক্তিৰ বিক্ষোভ

হাইলাকান্দি, ১৮ মাৰ্চ: সোমবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল হৈ পৰে হাইলাকান্দি চহৰ । এই প্ৰতিবাদৰ মুখ্য বিষয় সমূহ আছিল চাহ বাগিচা অঞ্চলত মদ আৰু জুৱা বন্ধ কৰা, ছাত্ৰ ছাত্ৰীৰ অনুপাতত শিক্ষক নিয়োগ কৰা, বিজ্ঞান শিক্ষক সকলক এন আৰ চিৰ দায়িত্বৰ পৰ‍া অব্যাহতি দিয়াকে ধৰি কেইবাটোও দাবী । স্থানীয় ৰতনপুৰ ৰোডৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই চহৰৰ মাজমজিয়াই দি গৈ অৱশেষত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি সামৰণী মাৰে প্ৰতিবাদৰ । 

এই প্ৰতিবাদৰ ফলত চহৰখনৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে । অবশেষত সদৰ চক্ৰ বিষয়া ত্ৰিদীৱ ৰায় প্ৰতিবাদস্থলীত উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰাৰ পিছত প্ৰতিবাদ সমাপ্ত ঘোষণা কৰা হয় । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.