ETV Bharat / state

হাইলাকান্দি কাণ্ডঃ উপস্থিত অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা - হাইলাকান্দি কাণ্ডঃ

10 মে’ত হাইলাকান্দিত প্ৰকাশ্যে ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্ট হোৱা কাজিয়াৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল হাইলাকান্দিত ৷

অতিৰিক্ত মুখ্য সচিব
author img

By

Published : Jun 10, 2019, 8:28 PM IST

হাইলাকান্দি,10 জুনঃ যোৱা 10 মে’ত এটা অবাঞ্ছিত ঘটনাই জোকাৰি গৈছিল হাইলাকান্দি । দুটা ফৈদৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল এক উত্তেজনাময় পৰিস্থিতিৰ । ক্ষতিগ্ৰস্ত হৈছিল কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান । আৰক্ষীৰ গুলীত এজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল 10 গৰাকী । 1 মাহ পূৰ্বে হাইলাকান্দিত সংঘটিত সংঘৰ্ষৰ তদন্ত কৰিবলৈ সোমবাৰে হাইলাকান্দিত উপস্থিত হয় অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা । সোমবাৰে হাইলাকান্দি আৱৰ্ত ভৱনত স্থানীয় দল সংগঠন সহ বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰা আৰম্ভ কৰিছে ৰাজীৱ কুমাৰ বৰাই । উল্লেখ্য যে, যোৱা 10 মে’ত হাইলাকান্দিত প্ৰকাশ্যে ৰাজপথত নামাজ পঢ়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্ট হোৱা কাজিয়াৰ ফলত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰাক ।

হাইলাকান্দি কাণ্ডঃ উপস্থিত অতিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ বৰা

SLUG :: হাইলাকান্দি কাণ্ডৰ তদন্তত উপস্হিত  অতিৰিক্ত মূখ্য সচীব ৰাজিব কুমাৰ বৰা।

O/C :: যোৱা ১০ মে এটা অবাঞ্ছিত ঘটনাত জোকাৰি গৈছিল হাইলাকান্দি। দুটা ফৈদৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছিল এক উত্তেজনা ময় পৰিস্হিতিৰ। ক্ষতিগ্ৰস্থ হৈছিল কেইবাটো ব্যবসায়ীক প্ৰতিষ্টান। আৰক্ষীৰ গুলিত এজন যুবকৰ মৃত্যু হোৱাৰ বিপৰিতে আহত হৈছিল ১০ গৰাকী। ১ মাহ আগতে হাইলাকান্দিত সংঘঠিত সংঘৰ্ষৰ তদন্ত কৰিবলৈ আজি হাইলাকান্দিত উপস্হিত হয় অতিৰিক্ত মুখ্য সচীব ৰাজিব কুমাৰ বৰা। আজি হাইলাকান্দি আবৰ্ত ভবনত স্থানীয় দল সংঘঠন সহ বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহন কৰা আৰম্ভ কৰিছৰ ৰাজিব কুমাৰ বৰায়। উল্লেখ, যোৱা ১০ মে হাইলাকান্দিত প্ৰকাশ্য ৰাজপথত নমাজ পড়াক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সৃষ্ট হোৱা কাজিয়াৰ ফলত এক ভয়াবহ পৰিস্হিতিৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোৱালে এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পন কৰিছিল অতিৰিক্ত মুখ্য সচীব ৰাজীব কুমাৰ বৰাক।

byte :: representative of political parties

######
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.