ETV Bharat / state

হাইলাকান্দিত বোকা-পানীত নামি ৰাইজৰ প্ৰতিবাদ - হাইলাকান্দি

পানী আৰু বোকাৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হয় ছয়খন গাঁৱৰ ৰাইজে ৷ অৱশেষত ভুক্তভোগী ৰাইজে নিজেই এখন বাঁহৰ দলং সাজি কোনোমতে আহ-যাহ কৰি আহিছে ৷ সেয়েহে অৱশেষত ক্ষুব্ধ ৰাইজে পানী-বোকাৰ মাজতেই থিয় হয় সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ ।

হাইলাকান্দিত বোকা-পানীত নামি ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Jun 17, 2019, 9:06 AM IST

হাইলাকান্দি,17 জুন: হাইলাকান্দি জিলাৰ কাটলিচৰাৰ বিলগাঁৱত নাই পকী দলং ৷ পানী আৰু বোকাৰ মাজেৰে অহা-যোৱা কৰিবলগীয়া হয় প্ৰায় ছয়খন গাঁৱৰ ৰাইজে ৷ অৱশেষত ভুক্তভোগী ৰাইজে নিজেই এখন বাঁহৰ দলং সাজি কোনোমতে আহ-যাহ কৰি আহিছে যদিও অৱশেষত ক্ষুব্ধ ৰাইজে পানী-বোকাৰ মাজত থিয় হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ।

হাইলাকান্দিত বোকা-পানীত নামি ৰাইজৰ প্ৰতিবাদ

দীৰ্ঘদিনীয়া এই সমস্যাৰ কথা স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰকে ধৰি বিভিন্ন জনপ্ৰতিনিধিক বাৰং-বাৰ জনোৱা স্বত্বেও সমস্যাৰ একো সমাধান হোৱা নাই বুলি অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ কেৱল এয়াই নহয়, পৰিৱৰ্তনৰ শ্ল'গান দিয়া চৰকাৰ ক্ষমতাত অহাৰ পাচত তেওঁলোকৰ জীৱনত একো পৰিৱৰ্তন অহা নাই বুলিও চৰকাৰক কটাক্ষ কৰে ভুক্তভোগী ৰাইজে ।

Intro:Slug :পথৰ দাবীত পানীত নামি ৰাইজৰ প্ৰতিবাদ ।

Body: O/C: হাইলাকান্দি, কেবাখন গাওৰ শো-শো ৰাইজৰ চলাচলৰ বাবে এখন পথ নাই । পানী আৰু বোকাৰ মাঝে দি অহা যোৱা কৰিব লগিয়া হয় ৰাইজক । বহুদিনৰ পৰা এনে দুৰ্ভগীয়া জীৱন কটাব লগিয়া হৈছে কেবাশো ৰাইজৰ । দুৰ্ভগীয়া ৰাইজে পানীত নামি প্ৰতিবাদ জনাইছে । এই দৃশ্য হাইলাকান্দি জিলাৰ কাটলিচৰাৰ বিলগাওৰ । আজিলৈকে এই এলাকাত পকা পথ নিৰ্মাণ হোৱা নাই । প্ৰায় ছয়খন গাওঁৰ ৰাইজে পানী বোকাৰ মাঝে দি চলাচল কৰি আছে । দুৰ্ভোগ ভোগী থকা ৰাইজে নিজাববীয়াকৈ এখন বাশৰ দলং বনাইছে । এইখনৰ ভৰসাত ৰাইজে অহাযোৱা কৰি আছে । ভুক্তভোগী ৰাইজৰ অভিযোগ তেওঁলোকৰ সমস্যাৰ কথা স্হনীয় বিধায়ক সুজাম উদ্দিন লস্করক ধৰি বিভিন্ন জনপ্ৰতিনিধক জনোৱা সত্বেও সমস্যাৰ একো সমাধান হোৱা নাই । প্ৰায় তিনি কিলোমিটাৰ দীর্ঘ পথখনৰ মেৰামতিৰ বাবে স্থানীয় প্ৰশাচনে একো পদক্ষেপ লোৱা নাই বুলি তেওঁলোকৰ অভিযোগ । ৰাইজৰ অভিযোগ পৰিবৰ্তনৰ স্লগান দিয়া চৰকাৰ ক্ষমতাত অহাৰ পাছত তেওঁলোকৰ জীৱনত একো পৰিবৰ্তন অহা নাই । এনে অবস্থাত ক্ষুব্ধ ৰাইজে পানী বোকাৰ মাজত থিয় হৈ প্ৰতিবাদ জনাইছে। ।Conclusion:তেওঁলোকৰ দাবি সোনকালে গাওঁৰ বেহাল পথ মেৰামতিৰ কৰি দিয়াৰ দাবী জনাইছে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.