ETV Bharat / state

বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি - ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হাইলাকান্দিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ । অসমৰ বানক সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : Jul 3, 2019, 6:11 PM IST

হাইলাকান্দি, 3 জুলাইঃ "অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা নহয় । খনন কৰা নহয় ব্ৰহ্মপুত্ৰ ।" কেন্দ্ৰ চৰকাৰৰ এই ঘোষণাকলৈ বৰ্তমান উত্তাল সমগ্ৰ ৰাজ্য । শদিয়াৰ পৰা ধুবুৰীলৈ সৰ্বত্ৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হওকঃ কৃষক মুক্তি সংগ্ৰাম সমিতি

অতিশীঘ্ৰে অসমৰ জলন্ত সমস্যা বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল'গানেৰে কঁপাই তোলে হাইলাকান্দিৰ ৰাজপথ । ইয়াৰ পিছতো যদি চৰকাৰে বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানি নলয় তেন্তে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

আৰু পঢ়কঃ বদৰপুৰত গণ প্ৰহাৰৰ বিৰুদ্ধে ধৰ্ণা

Intro:SLUG :: KMSS_PROTEST_FOR_FLOOD

Body:O/C :: হাইলাকান্দিত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। অসমৰ বান পানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা নকৰাৰ দাবীত এই প্ৰতিবাদ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত প্ৰতিবাদ।

Conclusion:V/O :: অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা নহয়। খনন কৰা নহয় ব্ৰহ্মপুত্ৰ। কেন্দ্ৰ চৰকাৰ এই ঘোষনাকলৈ উত্তাল ৰাজ্য। ধুবুৰিৰ পৰা সদিয়ালৈ সৰ্বত্ৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি। ৰাজ্যৰ অন্যান্য স্থানৰ লগতে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। অতিশীৰ্ঘে অসমৰ জলন্ত সমস্যা বান পানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদ কাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে, কেন্দ্ৰীয় চৰকাৰ হায়, হায়, আদি চৰকাৰ বিৰোধী শ্ল'গানে ৰে কঁপাই তোলে হাইলাকান্দিৰ ৰাজপথ। ইয়াৰ পিছতো যদি চৰকাৰে বানপানীৰ সমস্যা মানি নলয় তেন্তে অনাগত সময়ত ভয়াবহ আন্দোলনৰ কায্যসূচী হাতত লব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰি সকলে।

byte :: Kmss leader

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.