ETV Bharat / state

হাইলাকান্দিত পাঁচগ্ৰাম কাগজ কলৰ কৰ্মচাৰীৰ প্ৰতিবাদ

হাইলাকান্দিত প্ৰতিবাদ ৷ পাঁচগ্ৰাম কাগজ কলৰ সন্মুখত প্ৰতিবাদ ৷ শাসকীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদকাৰীৰ ৷

author img

By

Published : Jan 9, 2021, 3:36 PM IST

paper-mill-employee-protest-in-hailakandi
হাইলাকান্দিত পাঁচগ্ৰাম কাগজকলৰ কৰ্মচাৰীৰ প্ৰতিবাদ

হাইলাকান্দি, 9 জানুৱাৰী : বিজেপি চৰকাৰে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে ৷ এই অভিযোগ হাইলাকান্দিবাসীৰ ৷ শনিবাৰে এই অভিযোগ তুলি হাইলাকান্দিৰ পাঁচগ্ৰাম কাগজ কলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে কাগজ কলৰ কৰ্মচাৰী সকলে ৷

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, চৰকাৰে 4 বছৰে মোকলাই দিয়া নাই কৰ্মচাৰীৰ দৰমহা ৷ তাৰ সমান্তৰাল ভাৱে অসমৰ 2 টাকৈ কাগজ কল পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, শীঘ্ৰে কাগজ কল আৰম্ভ কৰক, আমাক প্ৰাপ্য মজুৰি প্ৰদান কৰক আদি শ্ল'গানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়ক : মিৰাটত ক’ভিড 19ৰ নতুন প্ৰবাহত আক্ৰান্ত চাৰি মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.