ETV Bharat / state

হাইলাকান্দিত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী - DRUGS

বৃহস্পতিবাৰে হাইলাকান্দিৰ কাঠলিছেড়া হাস্পতালৰ সন্মুখৰ পৰা ড্ৰাগছসহ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

হাইলাকান্দিত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Jun 6, 2019, 2:21 PM IST

  • হাইলাকান্দিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
  • হাইলাকান্দি জিলাৰ কাঠলিছেড়া হাস্পতালৰ সম্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিজাম উদ্দিন বড়ভূঞ‍াক
  • নিজাম উদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৭ পেকেট সন্দেহ জনক হেৰ’ইন
    ETV BHARAT
    উদ্ধাৰ হোৱা ড্ৰাগছখিনি

Intro:Body:

BREKING 

হাইলাকান্দিত ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যবসায়ী। হাইলাকান্দি জিলাৰ কাঠলিছেড়া হাস্পতালৰ সম্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিজাম উদ্দিন বড়ভূঞ‍া নামৰ এই গৰাকী ড্ৰাগছ ব্যবসায়ীক। লগতে আৰক্ষীয়ে জব্দ কৰিছে ৭ পেকেট সন্দেহ জনক হেৰোয়িন।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.