ETV Bharat / state

কাগজকল কৰ্মীৰ পৰিয়াললৈ সহায়ৰ হাত বঢ়ালে বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে - MLA DONATE MONEY TO PAPER MILL LABOURS FAMILY

দুদিন পূৰ্বে অভাৱৰ তাড়নাত পাঁচগ্রামৰ কাগজকল কৰ্মীসকলৰ সন্তানে পথত নামি ভিক্ষা কৰাৰ দৃশ্য ETV Bharatত সম্প্ৰচাৰিত হোৱাৰ লগে লগে সমগ্ৰ বৰাকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

হাইলাকান্দি
কাগজকল কৰ্মীৰ পৰিয়াললৈ সহায়ৰ হাত
author img

By

Published : Jan 5, 2020, 8:48 PM IST

হাইলাকান্দি, 5 জানুৱাৰীঃ পাঁচগ্রাম কাগজকলৰ কৰ্মীৰ সন্তানে পথত নামি ভিক্ষা কৰাৰ ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিচতে এওঁলোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্ন সামাজিক সংস্থাৰ লগতে বহু প্ৰতিষ্ঠান । দেওবাৰে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ Assam Social welfare foundation নামৰ এটা সমাজসেৱী সংগঠনে পাঁচগ্রামৰ কাগজকল কৰ্মীৰ পৰিয়ালক বহী, কলম প্ৰদান কৰাৰ লগতে ১৫০০০ টকা সাহায্যও প্ৰদান কৰে ।

ইয়াৰোপৰি কাগজকল কৰ্মীৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আলগাপুৰৰ এআইইউডিএফ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷ শনিবাৰে কাগজকল কৰ্মীসকলৰ সন্তানৰ পঢ়া-শুনাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে বিধায়কগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোনোৱালৰ লগত আলোচনা কৰি বিধায়কগৰাকীয়ে চৰকাৰী আঁচনি 'সুৰীত' ৰ দ্বাৰা আৰু আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে কাগজকল কৰ্মীসকলৰ সন্তানক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।

কাগজকল কৰ্মীৰ পৰিয়াললৈ সহায়ৰ হাত

লগতে পঢ়ক: বিমুদ্ৰাকৰণৰ পিচত ভাৰতীয় বায়ুসেনাই সৰবৰাহ কৰিছিল 625 টন নতুন নোট

উল্লেখ্য যে, দুদিন পূৰ্বে অভাৱৰ তাড়নাত পাঁচগ্রামৰ কাগজকল কৰ্মীসকলৰ সন্তানে পথত নামি ভিক্ষা কৰাৰ দৃশ্য ETV Bharatত সম্প্ৰচাৰিত হোৱাৰ লগে লগে সমগ্ৰ বৰাকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

Intro:Slug:-কাগজকল কৰ্মীৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক সহায়তাৰ হাত বড়ালে সমাজসেবী সংস্থায়।

Body:O/C:- পাঁচগ্রাম কাগজকল কৰ্মীৰ পৰিয়ালৰ কনমানিয়ে পথত নামি ভিক্ষা কৰাৰ ঘটনা সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছত এওঁলোকক সাহায্যের বাবে আগবাঢ়ি আহিছে বিভিন্ন সামাজিক সংস্থা প্ৰতিষ্ঠান । আজি কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ Assam Social welfare foundation নামৰ এটা সমাজসেবী সংগঠনে পাঁচগ্রামত আহি কাগজকল কৰ্মীৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক খাতা কলম আদি প্ৰদান কৰাৰ লগতে আৰ্থিক নহদ ১৫০০০ টকা সাহায্যও প্ৰদান কৰে । একইলগে আলগাপুৰৰ এআইইউডিএফ বিধায়ক নিজাম উদ্দিন চৌধুরীয়ে যোৱাকালি কাগজকল কৰ্মীৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক পড়াশুনা চলোৱাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে । সেইলগে বিধায়কজনে আৰু কয় মুখ্যমন্ত্রী সর্বানন্দ সনোয়ালৰ লগত আলোচনা কৰি তেওঁ চৰকাৰী আচনি 'সুৰীত'-ৰ পৰা এই দুৰ্ভগীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক সাহায্য প্ৰদানৰ ব্যাবস্থা কৰিব। সেইলগে তেওঁ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ লগত কথা পাতি আজমল ফাউণ্ডেশ্যন -ৰ পৰাও কাগজকল কৰ্মীৰ পৰিয়ালৰ কনমানিক সহায়তা প্ৰদানৰ বাবে ব্যবস্থা লৈ আছে । যোৱা দুদিন আগতে অভাবৰ তাড়নাত পাঁচগ্রামৰ কাগজকল কৰ্মীৰ পৰিয়ালৰ কনমানিয়ে পথত নামি ভিক্ষা কৰাৰ দৃশ্য সম্প্ৰচাৰিত হোৱাৰ লগে লগে সমগ্ৰ বৰাকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।Conclusion:

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.