ETV Bharat / state

বাইক ৰেলীৰে পথৰ আধাৰশিলা স্থাপন আলগাপুৰৰ বিধায়কৰ

সোমবাৰে হাইলাকান্দিত বাইক ৰেলীৰে পথৰ আধাৰশিলা স্থাপন বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ ৷ মুঠ 4 কোটি 5 লাখ টকা ব্যয়ৰে 3.5 কিলোমিটাৰ দূৰত্বলৈ নিৰ্মাণ হ’ব এই পথটো ৷

author img

By

Published : Jan 11, 2021, 2:24 PM IST

lay foundation
পথৰ আধাৰশিলা স্থাপন

হাইলাকান্দি,11 জানুৱাৰী : হাইলাকান্দিত সোমবাৰে এক বিশাল বাইক ৰেলী কৰি এটি পথৰ আধাৰশিলা স্থাপন কৰে আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷

lay foundation
পথৰ আধাৰশিলা স্থাপন

নাৰায়ণপুৰ গড়কাপ্তানি পথৰ পৰা মোহনপুৰলৈকে নিৰ্মাণ হ’বলগীয়া এই পথচোৱাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ মুঠ 4 কোটি 5 লাখ টকা ব্যয় সাপেক্ষে 3.5 কিলোমিটাৰ দূৰত্বলৈ নিৰ্মাণ কৰা হ’ব পথটো ৷ আধাৰশিলা স্থাপন কৰি নিজেই কোদাল হাতত লৈ পথৰ কাম আৰম্ভ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক : আজি শিলচৰৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.