ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান

author img

By

Published : Feb 19, 2021, 12:52 PM IST

গোপন সূত্ৰৰ পম খেদি হাইলাকাণ্ডি লালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটন নাথে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই দুজন লোকক আটক কৰাৰ লগতে AS 24B 1974 নাম্বাৰৰ এখন বাইকসহ প্ৰায় 800 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷

ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ অভিযান

হাইলাকান্দি, 19 ফেব্ৰুৱাৰী: ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীৰ বৃহৎ অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছসহ দুজন লোকক আটক কৰে আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি হাইলাকাণ্ডিৰ লালা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটন নাথৰ নেতৃত্বত যোৱা এটা দলে কৰিমগজ্ঞ জিলাৰ ৰাতাবাড়িৰ পৰা অহা দুজন লোকক আটক কৰে ৷

উল্লেখ্য যে, আটক কৰা লোক দুজনৰ পৰা AS 24B 1974 নাম্বাৰৰ এখন বাইকসহ প্ৰায় 800 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ আটক কৰা লোক দুজনৰ নাম আটিকুৰ ৰহমান আৰু বাহাৰ উদ্দিন বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ সম্প্ৰতি দুয়োজনকে ন্যায়ীক জিম্মালৈ প্ৰেৰণ কৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: হোজাইত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.