ETV Bharat / state

3 গৰাকী নাৰ্ছেৰে চৰম দুৰাৱস্থাত হাইলাক‍ান্দিৰ মডেল হাস্পতাল - 3 গৰাকী নাৰ্ছেৰে চৰম দুৰৱস্থাত হাইলাক‍ান্দিৰ মডেল হাস্পাতাল

২০১৪ চনত উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ফলত বিগত ৫ বছৰে সকলো সা-সামগ্ৰী প্ৰদান কৰি সজাই পৰাই তোলা হৈছে হাস্পতালখন।

হাইলাক‍ান্দিৰ মডেল হাস্পাতাল
author img

By

Published : Nov 15, 2019, 11:26 PM IST

হাইলাকান্দি, 15 নৱেম্বৰ: ৩০ খনতকৈ অধিক বিছনাযুক্ত, জৰুৰীকালীন সেৱা, বিনামূলীয়া দৰব-পাতি, বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ দ্বাৰা উন্নত চিকিৎসাৰ আশ্বাস প্ৰদান কৰি হাইলাকান্দিৰ ধলাই চাহ বাগিচাত ৩ কোটি ৯০ লাখতকৈ অধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হয় এখন মডেল হাস্পতাল ৷

২০১৪ চনত উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও, চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে ৷ ফলত বিগত ৫ বছৰ পাচত পুনৰ সকলো সা-সামগ্ৰী প্ৰদান কৰি সজাই পৰাই তোলা হৈছে হাস্পতালখন। কিন্তু ইমানৰ পিচতো দুৰ্যোগ কমা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজৰ। কাৰণ হাস্পতালখন পৰিচালনাৰ দায়িত্বত আছে মাত্ৰ তিনি গৰাকী চিকিৎসকৰ লগতে তিনি গৰাকী নাৰ্ছ।

মডেল হাস্পাতাল

১ লাখৰো অধিক জনসংখ্যা থকা কাঠলিছেড়া সমষ্টিৰ একমাত্ৰ মডেল হাস্পতালখন মাত্ৰ তিনি গৰাকী নাৰ্ছেৰে পৰিচালিত হৈ অহাৰ ফলত বহু সময়ত বিপৰ্যয়ৰ সমুখীন হৈছে স্থানীয় ৰাইজ ৷ চৰকাৰী তথ্য মতে চিকিৎসক থাকিলেও, মাহত দুই তিনি দিন হে মাত্ৰ উপস্থিত হয় হাস্পতালখনত। হাস্পতালখনৰ এই দুৰৱস্থাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক জগৰীয়া কৰি ভয়ংকৰ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে।

Intro:SLUG :: চৰম দুৰবস্হাত হাইলাক‍ান্দিৰ মডেল হাস্পতাল।
Body:
O/C :: বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সকলো বিভাগতে এতিয়া চৰম অৰাজকতা৷ বৰ বৰ কথাৰে সাধাৰণ জনতাক মোহাচন্ন কৰি ৰখা, ৰাজ্যৰ সফল মন্ত্ৰী বুলি দাবী কৰা হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগটোৰো বৰ্তমান পঁয়ালগা অৱস্থা৷ কোটি টকা ব্যয়ৰে নিৰ্ম‍ান হোৱ‍া প্ৰতিষ্ঠান লাহে লাহে পৰিণত হব ধৰিছে ভুত বাংলোত। ২০১০ চনত হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ ধলাইত নিৰ্মিত হৈছিল মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়৷ জাতিৰ পিতা মহাত্মা গান্ধী নামেৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খন লাহে লাহে জহি-খহি যাবলৈ লৈছে৷ হাস্পতালখনৰ আধাৰশিলা স্থাপন কৰি তেতিয়াৰ প্ৰভাবশালী মন্ত্ৰী গৌতম ৰয়ে কাঠলিছেড়া বাসী ৰাইজৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব বিচাৰিছিল৷

Conclusion:V/O:-৩০ খনতকৈ অধিক বিছনাযুক্ত, জৰুৰীকালীন সেৱা, বিনামূলীয়া দৰব-পাতি, বিভিন্ন ধৰণৰ বিশেষজ্ঞৰ দ্বাৰা উন্নত চিকিৎসাৰ আশ্বাস প্ৰদান কৰি এইখন ধলাই চাহ বাগিচা অঞ্চলত ৩ কোটি ৯০ লাখটকৈ অধিক টকাৰ ব্যয়েৰে মডেল হাস্পতালখন নিৰ্মাণ কৰা হৈছিল৷ ২০১৪ চনত উক্ত হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰে যদিও চিকিৎসালয়খনত চিকিৎসক-ৰোগীৰ কথা বাদেই প্ৰয়োজনীয় সামগ্ৰীসমূহো দিয়া নাছিল৷ পিছত বিগত ৫ বছৰে সকলো সা-সামগ্ৰী দি সজাই পৰাই তোলা হৈছে হাস্পতালখন। কিন্তু ইমানৰ পিছতো দুৰ্ভোগ কমা নাই অঞ্চলটোৰ সাধাৰণ ৰাইজৰ। হাস্পতালখন পৰিচালনাৰ দায়িত্বত আছে তিনি গৰাকী চিকিৎসক আৰু মাত্ৰ তিনি গৰাকী নাৰ্ছ। ১ লাখৰো অধিক জনসংখ্যা থকা কাঠলিছেড়া সমষ্টিৰ এই একমাত্ৰ মডেল হাস্পতালখন মাত্ৰ এই তিনি গৰাকী নাৰ্ছেৰে পৰিচালিত হৈ আহিছে। কিওনু, চৰকাৰি ৰেকৰ্ড মতে চিকিৎসক থাকিলেও মাহতে দুই তিনি দিন হে মাত্ৰ উপস্হিত হয় হাস্পতালখনত। হাস্পতালখনৰ এই দুৰবস্হাৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্হ্য বিভাগক স্থানীয় ৰাইজে জগৰীয়া কৰি ভয়ঙ্কৰ আন্দোলন গড়ী তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

byte :: local

######
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.