ETV Bharat / state

হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল

অনুজ্ঞাপত্ৰ অবিহনে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হৈছিল কাৰ্যালয়টো ৷ ন বিজেপি নেতা গৌতম গুপ্তাৰ তত্ত্বাৱধানত চলিছিল কাৰ্যালয়টো ৷

author img

By

Published : Apr 7, 2019, 12:58 PM IST

হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল

হাইলাকান্দি , 7 এপ্ৰিল : হাইলাকান্দিত জিলা প্ৰশাসনে ছিল কৰিলে এটা বিজেপি কাৰ্যালয় ৷ অনুজ্ঞাপত্ৰ নথকাৰ বাবে জিলা প্ৰশাসনে ছিল কৰিলে হাইলাকান্দি পুৰণি হাস্পতাল চাৰিআলিস্থিত বিজেপি জনসংযোগ কাৰ্যালয়টো ।

হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল

অনুজ্ঞাপত্ৰ অবিহনে নিৰ্বাচনৰ কামত ব্যৱহাৰ কৰা হৈছিল কাৰ্যালয়টো । উল্লেখ্য যে ন বিজেপি নেতা গৌতম গুপ্তাৰ তত্ত্বাৱধানত চলিছিল কাৰ্যালয়টো ৷

BREAKING::::

হাইলাকান্দিত বিজেপি কাৰ্যালয় ছিল। অনুজ্ঞাপত্ৰ নথাকাৰ বাবে জিলা প্ৰশাসনে ছিল কৰিলে হাইলাকান্দি পুৰনি হাস্পতাল চাৰিয়ালিত থকা বিজেপি জনসংযোগ কাৰ্যালয়। অনুজ্ঞাপত্ৰ
 অবিহনে নিৰ্বাচনৰ কামত ব্যবহাৰহৈ অহিছিল কাৰ্যালয়টো। উল্লেখ ন'বিজেপি নেতা গৌতম গুপ্তৰ তত্মাবধানত চলিছিল কাৰ্যালয়খন।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.