ETV Bharat / state

মজুৰি বিচৰাৰ বাবেই বন্দুকেৰে চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

বন্দুকেৰে চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ ৷ প্ৰাপ্য ধন বিচৰাৰ বাবেই প্ৰহাৰ চাহ শ্ৰমিকক ৷ গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ ।

চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ
author img

By

Published : May 31, 2019, 11:29 AM IST

হাইলাকান্দি, 31 মে' : চাহ শ্ৰমিকক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হ'ল হাইলাকান্দি জিলা বিজেপিৰ সহ-সভাপতি আৰু জিলা চাহ শ্ৰমিক উন্নয়ন বোৰ্ডৰ সভাপতি ৰাধেশ্যাম কৈৰীৰ পুত্ৰ সত্যজিৎ কৈৰী । হাইলাকান্দি জিলাৰ গাগলাছেড়া চাহ বাগিচাৰ শ্ৰমিকসকলে বিগত ২ সপ্তাহৰ পৰা পোৱা নাই নিজ নিজ দৰমহা । বিভিন্ন অজুহাত দেখুৱাই বাগিচাৰ প্ৰৱন্ধকে প্ৰদান কৰা নাই সপ্তাহিক মজুৰি । শুকুৰবাৰেও সপ্তাহিক মজুৰি প্ৰদানৰ দিন আছিল যদিও মজুৰি দিয়াৰ পৰিৱৰ্তে প্ৰবন্ধকে CSPত টকা নথকাৰ অজুহাত দিয়াত প্ৰাপ্য ধন বিচাৰি শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।

চাহ শ্ৰমিকক আক্ৰমণ বিজেপি নেতাৰ পুত্ৰৰ

শ্ৰমিকৰ এই প্ৰতিবাদ বন্ধ কৰাৰ উদ্দেশ্যে বাগিচাৰ প্ৰৱন্ধকে আশ্ৰয় লয় চাহ শ্ৰমিক উন্নয়ন ব'ৰ্ডৰ সভাপতি আৰু বিজেপি নেতা ৰাধেশ্যাম কৈৰী আৰু তেওঁৰ পুত্ৰ সত্যজিৎ কৈৰীৰ । কিন্তু শ্ৰমিকসকলে ৰাধেশ্যাম কৈৰীৰ কথাত সন্তুষ্ট নহোৱাত তেওঁৰ পুত্ৰ সত্যজিৎ কৈৰীয়ে হাতত লোৰ ৰ'ড আৰু বন্দুক লৈ আক্ৰমণ চলায় শ্ৰমিকসকলৰ ওপৰত । সত্যজিতৰ এই আক্ৰমণত আহত হয় সৰজু নুনিয়া নামৰ এগৰাকী শ্ৰমিক । পাচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সত্যজিৎ কৈৰীক গ্ৰেপ্তাৰ কৰে ।

আকৌ পঢ়ক - বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

SLUG :: বন্দুক লৈ শ্ৰমিকক আক্ৰমন, গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ। 

O/C :: হাতত বন্দুক লৈ বাগিচাৰ শ্ৰমিক সকলোক আক্ৰমন কৰি গ্ৰেপ্তাৰ হল এগৰাকী বিজেপি নেতাৰ পুত্ৰ। হাইলাকান্দি জিলাৰ গাগলাছেড়া চা বাগিচত সংঘঠিত হৈছে এই ঘটনা। শ্ৰমিক সকলে প্ৰাপ্য দৰমহা দাবী কৰাৰ বাবে আক্ৰমন চলাইছিল বিজেপি নেতাৰ পুত্ৰয়। 

V/O :: ৰঙা ঘৰত বিজেপি নেতাৰ পুত্ৰ। চা শ্ৰমিকক আক্ৰমন কৰি গ্ৰেপ্তাৰ হাইলাকান্দি জিলা বিজেপি সহ সভাপতি আৰু জিলা চা শ্ৰমিক উন্নয়ন বোৰ্ডৰ সভাপতি ৰাধেশ্ব্যাম কৈৰীৰ পুত্ৰ  সত্যজিত কৈৰী। হাইলাকান্দি জিলাৰ গাগলাছেড়া চা বাগিচাৰ এই সকল শ্ৰমিকে যোৱা ২ সপ্তাহৰ পৰা পোৱা নাই নিজ নিজ দৰমহা। বিভিন্ন অজুহাত দেখুৱাই বাগিচাৰ প্ৰবন্ধকে যোৱা ২ সপ্তাহৰ পৰা প্ৰদান কৰা নাই সপ্তাহিক মজুৰী। আজিও আছিল সপ্তাহিক মজুৰি প্ৰদানৰ দিন, কিন্তু মজুৰী দিয়াৰ পৰিবৰ্তে প্ৰবন্ধকে CSPত টকা ন'থকাৰ বাহানা দিলে শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে। শ্ৰমিকৰ এই প্ৰতিবাদ বন্ধ কৰাৰ উদ্দেশ্যে বাগিচাৰ প্ৰবন্ধকে আশ্ৰয় লয় চা শ্ৰমিক উন্নয়ন বোৰ্ডৰ সভাপতি আৰু বিজেপি নেতা ৰাধেশ্যাম কৈৰী অাৰু তেওঁৰ পুত্ৰ সত্যজিত কৈৰীৰ। কিন্তু শ্ৰমিক সকল ৰাধেশ্যাম কৈৰীৰ কথাত সন্তুষ্ট নহলে তেওঁৰ পুত্ৰ সত্যজিত কৈৰীয়ে হাতত লোহৰ ৰড আৰু বন্দুক এটা লৈ আক্ৰমন চলায় শ্ৰমিক সকলোৰ উপৰত। সত্যজিতৰ এই আক্ৰমনত অাহত হয় সৰজু নুনিয়া নামৰ এগৰাকী শ্ৰমিক। পিছত ঘটনা স্থলীত আৰক্ষী উপস্হিতহৈ সত্যজিত কৈৰীক গ্ৰপ্তাৰ কৰি থানাত লৈ যায়। এই ঘটনাক কেন্দ্ৰ কৰি বাগিচা খনত চেপা উত্তেজনা বিৰাজ কৰিছে। 

byte :: Local

#####
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.