ETV Bharat / state

সপ্তাহিক লক্​ ডাউনত স্তব্ধ হাইলাকান্দি চহৰ

author img

By

Published : Jun 27, 2020, 3:33 PM IST

আনহাতে, স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ঘোষণাক লৈ সষ্টম হৈ পৰে হাইলাকান্দি আৰক্ষী ৷

Hailakandi
সপ্তাহিক লক্​ ডাউনত স্তব্ধ হাইলাকান্দি চহৰ

হাইলাকান্দি, 27 জুনঃ ৰাজ্য চৰকাৰৰ সপ্তাহিক লক্​ ডাউনৰ নিৰ্দেশক সঁহাৰি জনাইছে হাইলাকান্দিবাসীয়ে ৷ লক্​ ডাউন ঘোষণাৰ লগে লগে শুকুৰবাৰে স্তব্ধ হৈ পৰে হাইলাকান্দি পৌৰসভা অঞ্চলৰ ১৬ টা ৱাৰ্ডৰ লগতে লালা চহৰৰ ১০ টা ৱাৰ্ড । শুকুৰবাৰে পুৱাৰে পৰা চহৰখনত বন্ধ ৰখা হৈছে দোকান-পোহাৰ ৷ আনহাতে, স্বাস্থ্যমন্ত্ৰীগৰাকীৰ ঘোষণাক লৈ সষ্টম হৈ পৰে হাইলাকান্দি আৰক্ষী ৷ লক্​ ডাউন ভংগকাৰীক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব বুলিও জনাই জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ প্লাৱিত কজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ 50 শতাংশ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.