ETV Bharat / state

গোলাঘাটত ৰাসৰ আনন্দ-উল্লাসৰ মাজতে বন্য হস্তীৰ আতংক - গোলাঘাট মূৰফুলনী

গোলাঘাটৰ মূৰফুলনীত অব্যাহত হাতী মানুহৰ সংঘাত ৷ ৰাস উপভোগ কৰিবলৈ যোৱা দৰ্শক তথা উদযা্পন সমিতিৰ কৰ্মকৰ্তা সকলো ওৰে নিশা ব্যস্ত থাকিল হাতী খেদাত ৷

গোলাঘাটত ৰাসৰ আনন্দ-উল্লাসৰ মাজতে বন্য হস্তীৰ আতংক
author img

By

Published : Nov 14, 2019, 4:46 PM IST

Updated : Nov 14, 2019, 5:16 PM IST

গোলাঘাট,14 নৱেম্বৰ: গোলাঘাট মূৰফুলনীত বুধবাৰে নিশা হাতী মানুহৰ সংঘাত । জিলাখনত দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰৱ ৷ 70/80 জনীয়া এটা বৃহৎ বন্য হস্তীৰ জাকে ৰাসৰ আনন্দ উল্লাসৰ মাজতে চলালে সন্ত্ৰাস । ৰাস উপভোগ কৰিবলৈ যোৱা দৰ্শক তথা উদযাপন সমিতিৰ বিষয়ববীয়াই ৰাস উপভোগ কৰাৰ পৰিৰ্ৱতে ওৰে নিশা ব্যস্ত থাকিল হাতী খেদাত । যাৰ বাবে ৰাস উপভোগ কৰাৰ পৰা বঞ্চিত হয় মূৰফুলনীবাসী ৷ ইফালে বন্য হস্তীয়ে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি । বন্য হস্তীৰ উপদ্ৰৱক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়া বনমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। দীৰ্ঘদিনীয়া হস্তী-মানৱৰ সংঘাতৰ সমস্যা ৰোধ কৰিবৰ বাবে চৰকাৰক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গোলাঘাটবাসীয়ে ৷

গোলাঘাটত ৰাসৰ আনন্দ-উল্লাসৰ মাজতে বন্য হস্তীৰ আতংক

লগতে পঢ়ক : ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

Intro:গোলাঘাট মুৰফুলনীত হাতী মানুহৰ ভয়াবহ সংঘাত ।ৰাসৰ আনন্দ উল্লাহৰ মাজতে বন্য হস্তীৰ আতংক ।ৰাস উপভোগ কৰিবলৈ যোৱা দৰ্শক তথা উদযাপন সমিতিৰ কৰ্মকৰ্তাই ৰাস উপভোগ কৰাৰ পৰিৰ্ৱতে ওৰে নিশা ব্যস্ত থাকিল হাতী খেদাত ।

গোলাঘাটত দিনে নিশাই চলিছে বন্য হস্তীৰ উপদ্ৰৱ । গোলাঘাট মুৰফুলনী অঞ্চলত হাতীৰ উপদ্ৰৱ ।সমগ্ৰ ৰাজ্য এতিয়া ৰাস মহোৎসৱৰ আনন্দত মতলীয়া ।সকলোৱে আনন্দেৰে উপভোগ কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ।কিন্তু গোলাঘাট মুৰফুলনীত যেন ৰাস উপভোগ কৰিবলৈও নাই শান্তি ।কাৰণ ৭০/৮০ জনীয়া  বৃহৎ বন্য হস্তীৰ জাকে চলাইছে সন্ত্ৰাস । নিশা হাতীৰ জাকে ৰাস উপভোগ কৰিবলৈ নিদিলে মুৰফুলনী বাসীক ।মুৰফুলনী অঞ্চলত আয়োজন কৰা দুখনকৈ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ অহা ৰাইজে ৰাস এৰি ওৰে নিশা ব্যস্ত থাকিব লগীয়া হল হাতী খেদাত ।দৰ্শকতো বাদেই ৰাস উদযাপন সমিতিৰ বিষয় ববীয়াও ৰাস এৰি ব্যস্ত থাকিল হাতী খেদাত ।গোলাঘাট ত দিনক দিনে বৃদ্ধি পাইছে হস্তী মানৱৰ সংঘাত । হাতীয়ে খায় গচকী নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি ।কিন্তু চৰকাৰৰ বিয়াগোম বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা । সমস্যা সমাধানৰ ক্ষেত্ৰত লোৱা নাই কোনো ফলপ্ৰসূ ব্যৱস্থা ।বনমন্ত্ৰী গৰাকীয়ে বন্য হস্তীৰ উপদ্ৰৱকো দিয়ে  ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা । আৰু বনমন্ত্ৰী গৰাকীৰ মন্তব্যকো এতিয়া একাংশ ৰাইজে সমালোচনা কৰিছে ।আৰু গোলাঘাটৰ  দীৰ্ঘদিনীয়া  হস্তী মানৱৰ সংঘাতৰ  সমস্যাক ৰোধ কৰিবৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চৰকাৰক ।Body:Byte 1 : স্থানীয়লোকConclusion:গোলাঘাট পৰা চামিম আলি etv Bharat, অসম
Last Updated : Nov 14, 2019, 5:16 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.