ETV Bharat / state

বনৰীয়া ম’হৰ আক্ৰমণত আহত বনকৰ্মী

author img

By

Published : May 19, 2021, 9:58 PM IST

বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এগৰাকী বনকৰ্মী । আহত বনকৰ্মী গৰাকী প্ৰথম ফৰেষ্ট বেটেলিয়ানৰ দুলেশ্বৰ ৰেগন্দ।

wild-buffalo-attack-forest-guard
বনৰীয়া ম'হে আক্ৰমণ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীক

গোলাঘাট , 19 মে’ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী বনকৰ্মী । উল্লেখ্য যে, ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলত ৰজামাৰী বনশিবিৰ এলেকাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ।

জানিব পৰা মতে, আহত বনকৰ্মী গৰাকী প্ৰথম ফৰেষ্ট বেটেলিয়ানৰ দুলেশ্বৰ ৰেগন্দ। ৰেগন্দৰ ঘৰ তিতাবৰৰ দফালটিংঙত বুলি জনা গৈছে। বনৰীয়া ম’হৰ আক্ৰমণৰ পিছত বৰ্তমান বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয় চিকিৎসাধীন হৈ আছে দুলেশ্বৰ ৰেগন্দ ।

লগতে পঢ়ক :কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.