ETV Bharat / state

আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Apr 6, 2021, 9:29 PM IST

গোলাঘাটত কৰ্তব্যৰত অৱস্থাত হঠাৎ মৃত্যুক আঁকোৱালি লোৱা আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়ালৈ মঙলবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ উচ্চ চাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল আৰক্ষী বিষয়াজনে ৷

আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি
আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়ালৈ শেষ শ্ৰদ্ধাঞ্জলি

গোলাঘাট,6 এপ্ৰিল: গোলাঘাটত কৰ্তব্যৰত অৱস্থাত আকস্মিক মৃত্যুক আঁকোৱালি লোৱা আৰক্ষী বিষয়া ৰঞ্জিত শইকীয়ালৈ মঙলবাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ উচ্চ চাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল আৰক্ষী বিষয়াজনে ৷

মঙলবাৰে আৰক্ষী বিষয়াজনক গোলাঘাটৰ খুমটাই চাহ বাগিচাত এক অনুষ্ঠানৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে খুমটাই চাহ বাগিচাৰ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া সকল‍ে ৷ উক্ত অনুষ্ঠানত খুমটাই চাহ বাগিচা দুর্গা মন্দিৰৰ সমীপত গাঁওৰক্ষী বাহিনী, খুমটাই আৰক্ষী চকীৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ উপস্থিত থাকে ৷

লগতে পঢ়ক: বিজেপিৰ বিৰুদ্ধে সুজাতা মণ্ডল খানৰ বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.