ETV Bharat / state

গোলাঘাটত পুলৱামা কাণ্ডত নিহতক সুঁৱৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

author img

By

Published : Feb 14, 2020, 9:14 PM IST

২০১৯ চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত সমগ্ৰ দেশ কঁপাই যোৱা পুলৱামা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ চি আৰ পি এফ জোৱান । উক্ত ঘটনাই এবছৰ অতিক্ৰম কৰাৰ পিছত জোৱানসকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে গোলাঘাটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ লগতে চি আৰ পি এফৰ জোৱানসকলে ।

Tribute to martyer's of pulwama attack
শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

গোলাঘাট,14 ফেব্ৰুৱাৰীঃ এবছৰ সম্পূৰ্ণ হ’ল পুলৱামা কাণ্ডৰ ৷ সেই উপলক্ষে গোলাঘাটত পুলৱামা কাণ্ডত শ্বহীদ হোৱা চি আৰ পি এফ জোৱানসকলক শ্ৰদ্ধাঞ্জলী জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত হ’ল এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ৷ গোলাঘাট নগৰৰ মাজমজিয়াৰ বাটা পইণ্টৰ চৌপাশে বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগৰ আঞ্চলিক সমিতিয়ে ।

শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

উল্লেখ্যে যে,২০১৯ চনৰ 14 ফেব্ৰুৱাৰীৰ দিনটোত সমগ্ৰ দেশ কঁপাই যোৱা পুলৱামা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ চি আৰ পি এফ জোৱান ।

লগতে চাওকঃঅসমত স্থাপন হ’ব ক্ষুদ্ৰ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ : ৰামেশ্বৰ তেলী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.