ETV Bharat / state

গোলাঘাটৰ মাজমজিয়াত বাঘৰ আতংক - বাঘৰ মুক্ত বিচৰণ

গোলাঘাটৰ মাজমজিয়াত বাঘৰ আতংকই বিৰাজ কৰিছে ৷ নিশা এটা পৰিয়ালৰ পোহনীয়া কুকুৰক আক্ৰমণ কৰাৰ পাচতে বন বিভাগ আৰু স্থানীয় ৰাইজৰ বাঘ বিচাৰি অনুসন্ধান ৷

গোলাঘাটৰ মাজমজিয়াত বাঘৰ আতংক
বাঘৰ খোজৰ সন্ধানত ৰাইজ আৰু বন বিভাগ
author img

By

Published : Oct 13, 2020, 3:48 PM IST

গোলাঘাট, 13 অক্টোবৰ : গোলঘাটৰ মাজমজিয়াত বাঘৰ আতংক। ৰাইজ আৰু বন বিভাগৰ লোকে বাঘৰ সন্ধানত নামি পৰিছে অভিযানত। বাঘৰ খোজ বিচাৰি আৰম্ভ স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোকে অনুসন্ধান চলায়। নিশা ৰংপুৰৰ এটা পৰিয়ালৰ পোহনীয়া কুকুৰক বাঘে আক্ৰমণ কৰিছিল যদিও মানুহৰ চিঞৰত দেৱাল বগাই আঁতৰি যায় ৷ তেতিয়াৰে পৰা আতংকিত হৈ পৰিছে গোলাঘাটৰ ৰংপুৰবাসী।

বাঘৰ খোজৰ সন্ধানত ৰাইজ আৰু বন বিভাগ
গোলাঘাটৰ মাজমজিয়াত বাঘৰ আতংক

উল্লেখযোগ্য যে, নিশা নগৰৰ মাজমজিয়াৰ ৰংপুৰত বাঘৰ মুক্ত বিচৰণ আৰু গৃহস্থৰ পোহনীয়া কুকুৰক আক্ৰমণক লৈ বৰ্তমান সষ্টম হৈ পৰিছে গোলাঘাট বন বিভাগ।

লগতে পঢ়ক : সন্ধানহীন চোৰাং মাছমৰীয়াৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.