ETV Bharat / state

গোলাঘাট আৰক্ষীৰ হাতত জব্দ ড্ৰাগছ ব্যৱসায়ী - three drugs smuggler arrest with brown suger by golaghat police

বৰ্তমান সময়ত দিনক-দিনে বৃদ্ধি হৈ আহিছে সমাজৰ ব্যাধি স্বৰূপ ড্ৰাগছ সেৱন আৰু ব্যৱসায় ৷ আচৰিত ভাৱে অসমৰ সৰু বৰ সকলো চহৰতে চলি আহিছে ড্ৰাগছৰ অবাধ ব্যৱসায় ৷ মঙ্গলবাৰে গোলাঘাট আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত জব্দ হয় ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ী ৷

আৰক্ষীৰ হাতত জব্দ ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : Jul 9, 2019, 5:40 PM IST

গোলাঘাট, 9 জুলাই : গোলাঘাটত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান । মঙ্গলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পতি-পত্নীসহ তিনিজনক ৷ গোলাঘাট নগৰৰ 3নং ৰেল গেটৰ পৰা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ ব্যৱসায়ী মইনা আলি আৰু ভনী বেগমক । লগতে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সেৱনৰ বাবে পৰিয়ালটোৰ বাসগৃহলৈ যোৱা বাবলু হুছেইন নামৰ এজন লোকক ৷ আৰক্ষীৰ মতে মইনা আলিয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ অবাধ ব্যৱসায় । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী কেইজনৰ জিম্মাৰ পৰা জব্দ কৰে ব্ৰাউন চুগাৰৰ লগতে বহুত সংখ্যক নিচাযুক্ত টেবলেট ৷

মঙ্গলবাৰে গোলাঘাট আৰক্ষীৰ ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযানত জব্দ হয় ড্ৰাগছসহ তিনি ড্ৰাগছ ব্যৱসায়ী

Intro:Body:গোলাঘাটত ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ। মঙ্গলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পতী পত্নীসহ তিনিজনক। গোলাঘাট নগৰৰ ৩নং ৰেলগেটৰ পৰা আৰক্ষীয়ে অভিযান চলাই মইনা আলি আৰু ভনী বেগমক ড্ৰাগছ বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে গ্ৰেপ্তাৰ কৰে। এওঁলোকৰ বাসগৃহত ড্ৰাগছ সেৱনৰ বাবে যোৱা বাবলু হুছেইনকো গ্ৰেপ্তাৰ কৰে। মইনা আলিয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ অবাধ ব্যৱসায় চলাই আহিছিল। আৰক্ষীয়ে এওঁলোকৰ জিম্মাৰ পৰা বহুসংখ্যক হিৰোইন আৰু নিচাযুক্ত টেবলেট জব্দ কৰে।Conclusion:Byte_আৰক্ষী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.