ETV Bharat / state

COVID19ৰ ভেকচিনক লৈ এতিয়াও অনিশ্চয়তা আছোঁঃ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা - হাইস্কুল শিক্ষান্ত পৰীক্ষা

জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৰ্তমান ১৬৩ গৰাকীলৈ বৃদ্ধি পাইছে । ইয়াৰ লগতে গোলাঘাট জিলাত কোৱাৰেণ্টাইন হৈ থকা 1542 গৰাকী লোকৰ ভিতৰত 1031 গৰাকী লোকক মুকলি কৰি দিয়াৰ কথা কৈ বৰ্তমানে গোলাঘাটত 511 গৰাকী লোক কোৱাৰেণ্টাইনত থকাৰ কথা জানিবলৈ দিয়ে ৷

There is still uncertainty about the vaccine for COVID19
COVID19ৰ ভেকচিনক লৈ এতিয়াও অনিশ্চয়তা আছোঁঃ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : May 30, 2020, 9:44 PM IST

গোলাঘাট,30মে': জুন মাহৰ পহিলা সপ্তাহত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ আজি গোলাঘাটত উপস্থিত হৈ সংবাদমাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

COVID19ৰ ভেকচিনক লৈ এতিয়াও অনিশ্চয়তা আছোঁঃ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

গোলাঘাট জিলাত কৰ'ণা সম্বন্ধীয় এক বিশেষ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে, জিলাখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বৰ্তমান ১৬৩ গৰাকীলৈ বৃদ্ধি পাইছে । গোলাঘাট জিলাত কোৱাৰেণ্টাইন হৈ থকা 1542 গৰাকী লোকৰ ভিতৰত 1031 গৰাকী লোকক মুকলি কৰি দিয়াৰ কথা কৈ বৰ্তমানে গোলাঘাটত 511 গৰাকী লোক কোৱাৰেণ্টাইন হৈ থকাৰ কথা জানিবলৈ দিয়ে ৷

গোলাঘাট জিলাত হঠাৎ কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে চেন্নাইৰ পৰা অহা লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি আছিল বাবেই গোলাঘাটত কৰ'ণাত আক্ৰান্ত ৰোগী বৃদ্ধি পোৱাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে, সংবাদ মেলত বয়োজ্যেষ্ঠ লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ কৈ COVID19ৰ ভেকচিনক লৈ এতিয়াও চৰকাৰ অনিশ্চয়তাত থকা বুলিহে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে ৷

আজি গোলাঘাটৰ অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কৃষি মন্ত্ৰী অতুল বৰা, সাংসদ কামাখ্যা প্ৰসাদ তাচা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ, বিধায়িকা ৰ'জলীনা তিৰ্কী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.