ETV Bharat / state

গুৰু-শিষ্যৰ সংঘাত: গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত অৰাজক পৰিস্থিতি

author img

By

Published : Nov 25, 2019, 6:40 PM IST

কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ ৷ অধ্যক্ষৰ বিৰুদ্ধে অশ্লীল শব্দ প্ৰয়োগেৰে গালি গালাজ কৰাৰ অভিযোগত বিদ্যালয় গেটৰ বাহিৰত একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ প্ৰতিবাদ ৷ অধ্যক্ষই কলে সমগ্ৰ ঘটনা তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৷

গুৰু-শিষ্যৰ সংঘাত: গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত অৰাজক পৰিস্থিতি

গোলাঘাট, 25 নৱেম্বৰ: গোলাঘাট চহৰৰ আগশাৰীৰৰ শিক্ষানুষ্ঠান কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হৈছে গুৰু আৰু শিষ্যৰ মাজত সংঘাত দৰে লজ্জাজনক ঘটনা ৷ সোমবাৰে কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগেৰে শ্ৰেণী বৰ্জন কৰিলে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ৷ অভিযোগ অনুসৰি কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ ৰবি শংকৰ খাখলাৰীৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক অশ্লীল শব্দ প্ৰয়োগেৰে গালি গালাজ-মাৰপিট কৰাৰ অভিযোগৰে বিদ্যালয়খনত উত্তজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰিলে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু একাংশ অভিভাৱকে ৷ কেৱল ইমানেই নহয় খঙৰ প্ৰকোপত অধ্যক্ষ গৰাকীয়ে নৱম শ্ৰেণীৰ শ্ৰেণী কোঠাৰ দৰ্জা ভাঙি দিয়াৰো অভিযোগ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অধ্যক্ষজনৰ বিৰুদ্ধে উত্থাপিত হৈছে মদ্যপান কৰি বিদ্যালয়লৈ অহাৰ অভিযোগ ৷

কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীক দুব্যৱহাৰৰ অভিযোগ

ইফালে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ অভিযোগকক মিছা আখ্যা দিলে অধ্যক্ষ ৰবি শংকৰ খাখলাৰীয়ে ৷ সাংবাদিকৰ আগত তেওঁ জানিবলৈ দিয়ে যে ছাত্ৰ দুজনৰ মাজত লগা সংঘাত এৰুৱাই দিবলৈ যোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে ৷ তেওঁ লগতে কয়," বিগত 17 বছৰে মই এইখন বিদ্যালয়ত শিক্ষকতা কৰি আহিছো ৷ এইয়া মোৰ বিৰুদ্ধে উত্থাপিত এটা ষড়যন্ত্ৰ" ৷ উল্লেখযোগ্য যে,অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ প্ৰতিবাদ কৰিবলৈ গৈ একাদশ শ্ৰেণীৰ একাংশ ছাত্ৰক আজি নিজ গুৰুৰ বিৰুদ্ধে উগ্ৰ মূৰ্তি ধাৰণ কৰা দেখা গ'ল, ই নিশ্চিতভাৱে এক লজ্জাজনক কাণ্ড ৷

আৰু পঢ়ক: পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

Intro:গোলাঘাটত গুৰু শিষ্যৰ মাজত সংঘাত। গোলাঘাট কেন্দ্ৰীয় বিদ্যালয়ত সংঘটিত হৈছে এই সংঘাত। গুৰু শিষ্যৰ সংঘাটৰ পৰিণতিত গোলাঘাটৰ কেন্দ্ৰীয় বিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় খনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আৰু একাংশ অভিভাৱকৰ অধ্যক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অধ্যক্ষই বিনা কাৰণত ছাত্ৰ ছাত্ৰীক মাৰপিট কৰাৰ অভিযোগ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ। শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক অশ্লীল শব্দ প্ৰয়োগেৰে গালি গালাজ কৰাৰো অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে। অকল ইমানেই নহয়, খঙৰ প্ৰকোপত অধ্যক্ষই নৱম শ্ৰেণীৰ শ্ৰেণীকোঠাৰ দৰ্জা ভাঙি দিয়াৰো অভিযোগ ছাত্ৰ ছাত্ৰীৰ। ইয়াৰোপৰি অধ্যক্ষৰ বিৰুদ্ধে মদ্যপান কৰি অহাৰো অভিযোগ। এই ঘটনাক লৈ আজি পাঠ গ্ৰহণৰ পৰা বিৰত থাকে একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকল। ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণী কোঠাৰ বাহিৰত অৱস্থান কৰি অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।Body:V. O. : ইয়াৰ বিপৰীতে কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষই জনায় যে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলে কৰা অভিযোগ সম্পূৰ্ণ মিছা। বিদ্যালয়ত ছাত্ৰ দুজনৰ মাজত লগা সংঘাত এৰুৱাই দিবলৈ যোৱা বাবেই তেওঁৰ বিৰুদ্ধে এই অভিযোগ বুলি উল্লেখ কৰে। বিগত ১৭ বছৰে কেন্দ্ৰীয় বিদ্যালয়ত শিক্ষকতা কৰি অহা অধ্যক্ষ গৰাকীয়ে জনায় যে এইয়া তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ। Conclusion:Byte_Student
Byte_অভিভাৱক
Byte_অধ্যক্ষ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.