ETV Bharat / state

গোলাঘাটত চিকিৎসালয়ৰ ICUৰ পৰা কেঁচুৱা চুৰিৰ চেষ্টা দুৰ্বৃত্তৰ

গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বেবী আই চি ইউৰ পৰা কেঁচুৱা চুৰি কৰি নিবলৈ চেষ্টা কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ । দেৰগাঁৱৰ প্ৰদীপ দলে নামৰ দুৰ্বৃত্তটোক ৰোগীৰ অভিভাৱকে ধৰি চমজাই দিলে আৰক্ষীক ।

গোলাঘাটত নিশা উত্তেজনাময় পৰিস্থিতি
author img

By

Published : Jul 25, 2019, 2:39 PM IST

গোলাঘাট, 25 জুলাই: বুধবাৰে নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ চিকিৎসালয় খনৰ বেবী আই চি ইউৰ পৰা কেঁচুৱা চুৰি কৰি নিবলৈ চেষ্টা কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ চিকিৎসালয় খনত থকা একাংশ লোকৰ ৷ পিছত উপস্থিত একাংশৰ সহযোগত দেৰগাঁৱৰ প্ৰদীপ দলে নামৰ দুৰ্বৃত্তটোক ৰোগীৰ অভিভাৱকে ধৰি চমজাই দিলে আৰক্ষীক। জানিব পৰা মতে চিকিৎসালয় খনৰ বেবী আই চি ইউৰ সংলগ্ন এটা কোঠাত প্ৰৱেশ কৰি ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি সোমাই আছিল দুৰ্বৃত্তটো ।

গোলাঘাটত নিশা উত্তেজনাময় পৰিস্থিতি

এগৰাকী নাৰ্চে কেঁচুৱাৰ ঔষধ দিবলৈ ভিতৰত প্ৰৱেশ কৰোতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা । দুৰ্বৃত্ত প্ৰদীপ দলেৰ সৈতে আৰু বহু কেইজনলোক জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ।এই ঘটনাৰ পাচত চিকিৎসালয় খনত গভীৰ নিৰাপত্তাহীনতাত ভুগিছে ৰোগীৰ অভিভাৱক সকল । ইয়াকে লৈ গোলাঘাট প্ৰশাসনে চিকিৎসালয় খনৰ অধ্যক্ষ গৰাকীক প্ৰতিজন ৰোগীৰ লগত এজনকৈ অভিভাৱক থকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে । এতিয়াৰে পৰা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এজন ৰোগীৰ লগত এজন অভিভাৱক থাকিব পৰাকৈ পাচ দিয়াৰ ব্যৱস্থা কৰিব ।

Intro:Body:নিশা গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তেজনাময় পৰিস্থিতি। চিকিৎসালয় খনৰ বেবী আই চি ইউৰ পৰা কেচুৱা চুৰি কৰি নিবলৈ চেষ্টা কৰা এটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ। দেৰগাঁৱৰ প্ৰদীপ দলে নামৰ দুৰ্বৃত্তটোক ৰোগীৰ অভিভাৱকে ধৰি চমজাই দিলে আৰক্ষীক। চিকিৎসালয় খনৰ বেবী আই চি ইউৰ সংলগ্ন এটা কোঠাত প্ৰৱেশ কৰি ভিতৰৰ পৰা দৰ্জা বন্ধ কৰি সোমাই আছিল দুৰ্বৃত্তটো। এগৰাকী নাৰ্চে কেচুৱাৰ ঔষধ দিবলৈ ভিতৰত প্ৰৱেশ কৰিবলৈ যাওঁতেহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। দুৰ্বৃত্ত প্ৰদীপ দলেৰ সৈতে আৰু কেইবাটাও দুৰ্বৃত্ত থকাৰ সন্দেহ আৰক্ষীৰ। চিকিৎসালয় খনত গভীৰ নিৰাপত্তাহীনতাত ভোগিছে ৰোগীৰ অভিভাৱক সকল। ইয়াকে লৈ গোলাঘাট প্ৰশাসনে চিকিৎসালয় খনৰ অধ্যক্ষ গৰাকীক প্ৰতিজন ৰোগীৰ লগত এজনকৈ অভিভাৱক থকাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। এতিয়াৰে পৰা গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এজন ৰোগীৰ লগত এজন অভিভাৱক থাকিব পৰাকৈ পাচ দিয়াৰ ব্যৱস্থা কৰিব। Conclusion:Byte 1: অধ্যক্ষ, গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়।
Byte 2: ৰোগীৰ অভিভাৱক।
Byte 3: ৰোগীৰ অভিভাৱক।
Byte 4: ৰোগীৰ অভিভাৱক।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.