ETV Bharat / state

গোলাঘাটত সন্দেহজনক কৰ'ণা আক্ৰান্ত লোক

author img

By

Published : Apr 3, 2020, 11:13 AM IST

নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লৈ আত্মগোপন কৰা আৰু বৰ্তমানলৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোক সংস্পৰ্শত অহাৰ সন্দেহত গোলাঘটৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও লোকক হোম ক্যুৱাৰান্টাইন কৰে আৰক্ষী আৰু চিকিৎসা বিভাগৰ দলে ৷

suspected corona infected people in golaghat

গোলাঘাট, 3 এপ্ৰিলঃ গোলাঘাট বগীজান আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং ফলঙনী, 2 নং ফলঙনী, মুৰফুলনী অঞ্চল কেইবাজনো লোকক আৰক্ষী আৰু চিকিৎসা বিভাগৰ দলে হোম ক্যুৱাৰান্টাইন কৰে ৷ নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লৈ আত্মগোপন কৰা আৰু বৰ্তমানলৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ লগত সম্পৰ্ক থকাৰ সন্দেহত বগীজান আৰক্ষীয়ে অভিযান চলাই চিনাক্ত কৰে লোক কেইজনক ৷ আনহাতে তেওঁলোকৰ মাজৰে হবিবুৰ ৰহমান নামৰ এগৰাকী লোকে নিজামুদ্দিনৰ অনুষ্ঠানত ভাগ লোৱাৰ সন্দেহত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ উত্তৰ প্ৰদেশত আটক তৱলিঘী জমাতত অংশ গ্ৰহণ কৰা ৮ গৰাকী বিদেশী নাগৰিক; জব্দ পাচপৰ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.