ETV Bharat / state

খুমটাইৰ মিছামৰা চাহ বাগিচাত নিৰুদ্দেশ ছাত্ৰ

author img

By

Published : Oct 16, 2019, 3:09 PM IST

খুমটাইৰ মিছামৰা চাহ বাগিচাৰ ১৩ বছৰীয়া ছাত্ৰ মহিবুল আলী সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ছাত্ৰজনৰ সন্ধানৰ বাবে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ ৷

খুমটাইৰ মিছামৰা চাহ বাগিচাত নিৰুদ্দেশ ছাত্ৰ

গোলাঘাট,16অক্টোবৰ : গোলাঘাট জিলাৰ খুমটাইৰ মিছামৰা চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷ বাগিচাখনৰ ৮ নং ৱাৰ্ডৰ মজিবুল আলীৰ পুত্ৰ মহিবুল আলী নামৰ এজন ছাত্ৰ সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে ৷ ছাত্ৰজনৰ বয়স 13 বছৰ ৷

ঘটনা অনুসৰি,সোমবাৰে সন্ধিয়া ৭ মান বজাত ঘৰৰ পৰা দোকানলৈ ওলাই গৈছিল মহিবুল ৷ কিন্তু ইয়াৰ পাছৰ পৰাই কোনো শুং-সূত্ৰ নাই ছাত্ৰজনৰ ৷পৰিয়ালৰ লোকে বহু বিচাৰ-খোচৰ কৰে যদিও ছাত্ৰজনৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই ৷ অৱশেষত পৰিয়ালৰ লোকে উপায়ন্তৰ হৈ ছাত্ৰজনৰ নিৰুদ্দেশ হোৱা ঘটনা দেৰগাঁও অৰক্ষীক অৱগত কৰে ৷ কিন্তু দেৰগাঁও আৰক্ষীয়ে মহিবুলক উদ্ধাৰৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি মহিবুলৰ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে ৷

Intro:খুমটাইৰ মিছামৰা চাহ বাগিচাৰ ৮ নং ৱাৰ্ডৰ ১৩ বছৰীয়া ছাত্ৰ মহিবুল আলী যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই বাগিছা খনত এক চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।Body:মিছামৰা চাহ বাগিচাৰ ৮নং লাইনৰ ৭নং ৱাৰ্ডৰ মজিবুল আলীৰ পুএ মহিবুল আলী বয়স ১৩ বছৰ যোৱা সোমবাৰে সন্ধ্যা ৭ মান বজাত দোকানলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল। উক্ত দিনাৰ পৰাই ছাত্র জন নিৰুদ্দেশ হৈ আছে। ওচৰচুবুৰীয়াই যুৱক জনক বিভিন্ন স্থানত বিচাৰিছে যদিও এই পয্যন্ত কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। দেৰগাও অৰক্ষীক ঘটনাৰ সম্পৰ্কে জনাইছে যদিও ছাত্র জনৰ উদ্ধাৰৰ ক্ষেত্ৰত কোনো বেৱস্থা গ্ৰহণ কৰা নাই।Conclusion:Byte 1/ ছাত্ৰ জনৰ মাতৃ।

2/ স্থানীয় ব্যক্তি

খুমটাইৰ পৰা দিপক হাজৰিকা।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.