ETV Bharat / state

বৰপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন - বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈছে

আঘাতপ্ৰাপ্ত নিতুল বৰা নামৰ যুৱকজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচত উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷

sarupothar-tiger-attack-nitul-borah
বৰপথাৰৰ ৰতনপুৰত নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত
author img

By

Published : Apr 20, 2020, 8:37 PM IST

সৰুপথাৰ 20 এপ্ৰিল : ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰতনপুৰ ধোন্দাচামত আজি এটা নাহৰফুটুকী বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয় ৷ মূৰ, হাত আৰু ভৰিত আঘাতপ্ৰাপ্ত নিতুল বৰা নামৰ যুৱকজনক বৰপথাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিচত উন্নত চিকিৎসাৰ কাৰণে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷ ইতিমধ্যে ঘটনাস্থলীত বনবিভাগ আৰু আৰক্ষী উপস্থিত হৈছে নাহৰফুটুকীটোৱে এটা ছাগলী আক্ৰমণ কৰাৰ পিছত ৰাইজে খেদি যাওতেই যুৱকজনক আক্ৰমণ কৰে ৷

বৰপথাৰত নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন
লগতে পঢকঃ প্ৰাক্তন এনডিএফবি নেতাৰ মৃত্যু,বড়ো ভূমিত শোকৰ ছাঁ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.