ETV Bharat / state

জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ৰাইজক - বিধস্ত ৰূপ

গড়কাপ্তানি বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ ইকৰাণী, প্ৰেমহৰাহৈ বৰপথাৰ সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থা৷ বিগত পাঁচ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ হৈ পৰিছে পথটো৷

জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ৰাইজক
author img

By

Published : Aug 21, 2019, 2:28 PM IST

সৰুপথাৰ, 21 আগষ্টঃ সৰুপথাৰৰ পৰা ইকৰাণীৰ পৰা প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী দহ কি: মি: দৈৰ্ঘৰ পথটো বিগত প্ৰায় পাঁচ ছয় বছৰে চৰকাৰে মেৰামতি নকৰাৰ ফলত বিধস্ত ৰূপ ধাৰণ কৰিছে | পকী পথত গাঁতৰ সৃষ্টি হোৱাত পথৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা দেখুৱাইছে পথচাৰীক |

জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে ৰাইজক

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সাধাৰণ পথচাৰী, ৰোগীয়ে অতি কষ্টৰে অহা যোৱা কৰিবলগীয়া হৈছে পথটোৱেদি | পথৰ দুৰৱস্থাৰ বাবে সমীপৱৰ্তী অঞ্চলটোলৈ নাহে মৃত্যুঞ্জয় সেৱা |

Intro:গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ ইকৰাণী, প্ৰেমহৰাহৈ বৰপথাৰ সংযোগী গড়কাপ্তানী পথটো বিগত পাঁচ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত জৰাজীৰ্ণ ৰুপ ধাৰণ কৰি বিধস্ত হৈ পৰিছে |Body:সৰুপথাৰৰ পৰা ইকৰাণীৰ পৰা প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী দহ কি: মি: দৈৰ্ঘৰ পথটো বিগত প্ৰায় পাঁচ ছয় বছৰে চৰকাৰে মেৰামতি নকৰাৰ ফলত পথছোৱা ফাটি ছিটি বিধস্ত ৰুপ ধাৰণ কৰিছে | পকী পথৰ মাজে মাজে দঁ দঁ গাতৰ সৃষ্টি হৈছে |

পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা কলা দেখুৱাইছে পথচাৰী | স্কুলীয়া ছাত্ৰ ছাত্ৰী সাধাৰণ পথচাৰী,ৰোগীয়ে বহু কষ্টৰে অহা যোৱা কৰিবলগা হয় পথটোৱেদি | পথৰ দুৰৱস্থাৰ বাবে নাহে মৃত্যুঞ্জয় সেৱা ১০৮ | চৰকাৰ আহিছে আৰু গৈছে কিন্তু কোনো এখন চৰকাৰৰ পথ উন্নয়ন আঁচনিয়ে ঢুকি নাপালে পথছোৱা | স্থানীয় বিধায়কে সমষ্টি উন্নয়নত ব্যৰ্থ হোৱাৰ অভিযোগ ৷ এসময়ত যাত্ৰীবাহী বাছ চলাচল কৰা পথছোৱাইদি পথৰ দুৰৱস্থাৰ বাবে বাছ নচলে ৷ স্থানীয় ৰাইজে গড়কাপ্তানী পথছোৱা মেৰামতিৰ দাবী কৰিছে |Conclusion:Byte 1 2, ছাত্ৰ নেতা চুতীয়া ছাত্ৰ সন্থা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.