ETV Bharat / state

নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰুপথাৰত CAAৰ বিৰোধিতাৰে অনশন

নৱবৰ্ষৰ প্ৰথম দিনটোতো ৰাজ্যৰ ভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে অব্যাহত CAA বিৰোধী প্ৰতিবাদ ৷ নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাৰ বিপৰীতে, গোলাঘাট জিলাৰ সৰুপথাৰত দেখা গ'ল ইয়াৰ এক ওলোটা পৰিৱেশ ৷

CAA বিৰোধিতাৰে অনশন কাৰ্যসূচী
CAA বিৰোধিতাৰে অনশন কাৰ্যসূচী
author img

By

Published : Jan 1, 2020, 2:57 PM IST

সৰুপথাৰ,1 জানুৱাৰী: আজি 2020 বৰ্ষৰ প্ৰথম দিন উপলক্ষে ভিন্ন প্ৰান্তত নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাৰ বিপৰীতে গোলাঘাট জিলাৰ সৰুপথাৰত দেখা গ'ল ইয়াৰ এক ওলোটা পৰিৱেশ ৷ জাতিধ্বংসী অভিহিত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নতুন বছৰৰ প্ৰথম দিনটোতে সৰুপথাৰ বাসীয়ে ৰূপায়ণ কৰিলে অনশন কাৰ্যসূচী ৷

নৱবৰ্ষৰ প্ৰথম দিনটোতে সৰুপথাৰত CAAৰ বিৰোধিতা

চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত,পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 12 ঘন্টাজোৰা এই অনশন কাৰ্যসুচী ৰূপায়ণ কৰা হৈছে ৷ প্ৰতিবাদকাৰী সকলে CAA বাতিল নহ'লে আগন্তুক নিৰ্বাচনত বিজেপিক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি কোৱাৰ লগতে এক নতুন ৰাজনৈতিক দল জন্ম দিয়াৰো হুংকাৰ প্ৰদান কৰিছে চৰকাৰক ৷

লগতে পঢ়ক: CAA আন্দোলন:1000 কোটি টকাৰ ক্ষতি ৰাজ্যৰ পৰ্যটন বিভাগৰ

Intro:২০২০ বৰ্ষৰ আজি প্ৰথমটো দিন | বিভিন্ন প্ৰান্তত এতিয়া ভোজে ভাতে নতুন বছৰক আদৰাৰ ব্যাপক প্ৰস্তুতি | কিন্তু গোলাঘাট জিলাৰ সৰুপথাৰত এক অনশন কাৰ্যসূচীহে চলিছে |Body:বিজেপি নেতৃত্বাধীন চৰকাৰে অসমীয়া জাতি ধ্বংশী নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ প্ৰতিবাদত ধাৰাবাহিক ভাৱে চলাই থকা আন্দোলনৰ অংশ হিচাপে আজি ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত পূৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ১২ ঘন্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হায়ে | 'কা' বাতিল নকৰা পৰ্যন্ত চুতীয়া ছাত্ৰ সন্হায়ে কোনো উত্সৱ পাৰ্বণ অংশ নলয় | তদুপৰি কা বাতিল নকৰিলে চুতীয়া ছাত্ৰসন্হাৰ পৃষ্টপোষকতাত নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ হুংকাৰো প্ৰদান কৰিছে
Conclusion:BYTE :-1/2/3 CHUTIA LEADER

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.