গোলাঘাট,16 এপ্ৰিল: ঢোল-পেঁপাৰ মাতত ৰজন জনাইছে সমগ্ৰ ৰাজ্য । আজি বহাগৰ দ্বিতীয়টো দিন ৷ বহাগৰ দ্বিতীয় দিনটোতো ব্যাপক উচাহ-উদ্দীপনাৰে ৰঙালী বিহু উদযাপন কৰিছে ৰাজ্যবাসীয়ে । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোলাঘাটতো দেখা গৈছে ঘৰে ঘৰে হুঁচৰি মৰা দলৰ ভিৰ । বিহুৱা দলসমূহে গৃহস্থৰ ঘৰত একাঁজলি আৰ্শীবাদ দিয়াৰ উদ্দেশ্যে মাৰিছে বিহু । গোলাঘাটতো কণ কণ শিশুসকলে কান্ধত ঢোল লৈ ঘৰে ঘৰে বিহু মাৰি উদযাপন কৰিছে ৰঙালী বিহু ।
গোলাঘাটত ঘৰে ঘৰে হুঁচৰি দল - bihu
বিহুৱা দলসমূহে গৃহস্থৰ ঘৰত একাঁজলি আৰ্শীবাদ দিয়াৰ উদ্দেশ্যে মাৰিছে বিহু । গোলাঘাটতো কণ কণ শিশুসকলে কান্ধত ঢোল লৈ ঘৰে ঘৰে বিহু মাৰি উদযাপন কৰিছে ৰঙালী বিহু ।
গোলাঘাটত ঘৰে ঘৰে হুঁচৰি দল
গোলাঘাট,16 এপ্ৰিল: ঢোল-পেঁপাৰ মাতত ৰজন জনাইছে সমগ্ৰ ৰাজ্য । আজি বহাগৰ দ্বিতীয়টো দিন ৷ বহাগৰ দ্বিতীয় দিনটোতো ব্যাপক উচাহ-উদ্দীপনাৰে ৰঙালী বিহু উদযাপন কৰিছে ৰাজ্যবাসীয়ে । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গোলাঘাটতো দেখা গৈছে ঘৰে ঘৰে হুঁচৰি মৰা দলৰ ভিৰ । বিহুৱা দলসমূহে গৃহস্থৰ ঘৰত একাঁজলি আৰ্শীবাদ দিয়াৰ উদ্দেশ্যে মাৰিছে বিহু । গোলাঘাটতো কণ কণ শিশুসকলে কান্ধত ঢোল লৈ ঘৰে ঘৰে বিহু মাৰি উদযাপন কৰিছে ৰঙালী বিহু ।
Intro:সমগ্ৰ ৰাজ্যতে এতিয়া হেপাহৰ ৰঙালীৰ উলাহেৰে উঠপ্-ঠপ্ পৰিবেশ। গছে -বনে,ন-কুহিঁপাতে, প্ৰকৃতিৰ ন-সাজেৰে যেন অধিক জীপাল কৰি তুলিছে হেপাহৰ ৰঙালী বিহুটিক।Body:ঢোল পেপাৰ মাতে ৰজন জনাইছে সমগ্ৰ ৰাজ্য । আজি বহাগৰ দ্বিতীয় দিন । বহাগৰ দ্বিতীয় দিনটোতো ব্যাপক উচ্চাহ উদ্দীপনাৰে ৰঙালী বিহু উদযাপন কৰিছে ৰাজ্যবাসীয়ে । গোলাঘাটতো দেখা গৈছে ঘৰে ঘৰে হুঁচৰি মৰা দলৰ ভিৰ । সকলো বিহুৰ দলে গৃহস্থৰ ঘৰত একাঁজলি আৰ্শীবাদ দিয়াৰ উদ্দেশ্যে বিহু মাৰিছে। গোলাঘাটতো কণ কণ কিশোৰ কিশোৰী ও কান্ধত ঢোল লৈ ঘৰে ঘৰে বিহু মাৰি বিহু উদযাপন কৰিছে । কণ কণ কিশোৰ কিশোৰী সকলে চোতালত বিহু মাৰি বিহু উদযাপন কৰি গৃহস্থৰ মংগল কামনা কৰি আৰ্শীবাদ কৰিছে আৰু গৃহস্থইও হুঁচৰি মৰা দলৰ পৰা এনেদৰে আৰ্শীবাদ গ্ৰহণ কৰা দৃশ্য পৰিলক্ষিত হৈছে ।Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলী ,ETV BHARAT, অসম