ETV Bharat / state

মৰঙিত পথ দুৰ্ঘটনা - গোলাঘাট

মটৰ চাইকেল আৰু ইণ্ডিগ'ৰ মুখামুখি সংঘৰ্ষ ৷আহত AS_05_J_6557 নম্বৰ মটৰ চাইকেলখনৰ তিনি আৰোহী ।  মটৰচাইকেল আৰোহী তিনিওগৰাকী সুৰামত্ত অৱস্থাত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে ।

ROAD MISHAP
author img

By

Published : Jun 2, 2019, 8:21 PM IST

মৰঙি,2 জুন :গোলাঘাটৰ মৰঙিত মটৰ চাইকেল আৰু ইণ্ডিগ'ৰ মুখামুখি সংঘৰ্ষ ৷আহত AS_05_J_6557 নম্বৰ মটৰ চাইকেলখনৰ তিনি আৰোহী । মটৰচাইকেল আৰোহী তিনিওগৰাকী সুৰামত্ত অৱস্থাত আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকে ।

মৰঙিত মটৰ চাইকেল আৰু ইণ্ডিগ'ৰ মুখামুখি সংঘৰ্ষ

মেৰাপানীৰ ৰাহুল দাস, বিতুপন গগৈ আৰু শিৱসাগৰৰ যুৱক ভৱেন গগৈয়ে একেখন বাইকত গোলাঘাটৰ দিশে আহি থাকোতে বিপৰীতে দিশৰ পৰা আহি থকা AS_ 01 _AD_ 5005 নম্বৰৰ ইণ্ডিগ' খনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । আহত তিনিওকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইয়াৰে ভবেন গগৈ গুৰতৰ ভাৱে আহত হয় ।

Intro: গোলাঘাটৰ মৰঙিত পথ দুৰ্ঘটনাত আহত তিনি । এখন মটৰ চাইকেল আৰু ইণ্ডিগৰ মুখামুখি সংঘৰ্ষত আহত মটৰ চাইকেলৰ তিনি আৰোহী । AS_05_J_6557 নম্বৰৰ মটৰ চাইকেল খনত মেৰাপানীৰ ৰাহুল দাস, বিতুপন গগৈ আৰু শিৱসাগৰৰ যুৱক ভৱেন গগৈয়ে একেখন বাইকট গোলাঘাটৰ দিশে আহি আছিল । বিপৰীতে দিশৰ পৰা যোৱা AS_01_AD_5005 নম্বৰৰ ইণ্ডিগ খনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । আহত তিনিওকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় । ইয়াৰে ভবেন গগৈ গুৰতৰ ভাবে আহত হয় । মটৰচাইকেল আৰোহী তিনিও গৰাকী সুৰামত্ত অৱস্থাত আছিল বুলি জানিব দিয়ে চিকিৎসকে ।Body:Byte 1: চিকিৎসকConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.