ETV Bharat / state

বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

author img

By

Published : Sep 16, 2020, 9:17 PM IST

৩৭নং ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হয়। টিগৰখনৰ চালক কমাৰগাঁও তামুলীপথাৰৰ প্ৰিয়াংক গগৈৰ থিতাতে নিহত হয় ৷

road accident one death at bokakhat golaghat
বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

গোলাঘাট, 16ছেপ্তেম্বৰঃ বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত ৷ চলন্ত টিগৰ গাড়ীৰ ওপৰত বাগৰি পৰিল চাহপাত কঢ়িওৱা এখন ট্ৰাক। ট্ৰাকখনৰ নম্বৰ WB-89-2111 আৰু টিগৰখনৰ নম্বৰ AS-03-V 8018 TIGOR বুলি চিনাক্ত কৰা হৈছে ৷

ইপিনে দুৰ্ঘটনাটোৰ ফলত টিগৰখনৰ চালক কমাৰগাঁও তামুলীপথাৰৰ প্ৰিয়াংক গগৈৰ থিতাতে মৃত্যু হয় । পত্নীৰ সৈতে দুয়ো বোকাখাতৰ পৰা নিজা বাসগৃহ তামুলীপথাৰলৈ আহি আছিল। ৩৭ নং ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হয়। বহু সময় চেষ্টাৰ পিছত গাড়ীখনত আবদ্ধ হৈ থকা পত্নীক জীৱন্তে উদ্ধাৰ কৰে যদিও পিছত SDRF বাহিনীয়ে গাড়ী কাটি উদ্ধাৰ কৰে স্বামীৰ মৃতদেহ।

লগতে পঢ়কঃ মৰনৈ বাগিছাত অসম চাহ মজদুৰ সংঘৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.