- শুকুৰবাৰে নিশা বোকাখাতৰ ডিফলু পথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident at Bokakhat)
- নম্বৰ প্লেটবিহীন এখন স্কুটীৰ খুন্দাত নিহত এজন কিশোৰ (One dead in road accident)
- নিহত কিশোৰটি বোকাখাত ম'হমাইকী গাঁৱৰ অজয় ছেত্ৰী (১৫) বুলি জানিব পৰা গৈছে
- বোকাখাত ডিফলু পথৰ ৰামকৃষ্ণ মন্দিৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো
- দুৰ্ঘটনাটোত নিহত কিশোৰজন অজয় ছেত্ৰী বুলি জানিব পৰা গৈছে
- ইতিমধ্যে বোকাখাত আৰক্ষীয়ে নম্বৰ প্লেটবিহীন বেটাৰী চালিত স্কুটীখন জব্দ কৰিছে
বোকাখাতৰ ডিফলু পথত নিশা পথ দুৰ্ঘটনা - Road accident at Bokakhat
বোকাখাতৰ ডিফলু পথত সংঘটিত হয় এটা পথ দুৰ্ঘটনা (Road accident at Bokakhat) ৷ নম্বৰ প্লেটবিহীন এখন স্কুটীৰ খুন্দাত নিহত এজন কিশোৰ ৷ নিহত কিশোৰজন অজয় ছেত্ৰী বুলি জানিব পৰা গৈছে (One dead in road accident) ৷
![বোকাখাতৰ ডিফলু পথত নিশা পথ দুৰ্ঘটনা road-accident-at-bokakhat-in-golaghat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16272219-thumbnail-3x2-mvm.jpg?imwidth=3840)
বোকাখাতৰ ডিফলু পথত নিশা পথ দুৰ্ঘটনা